This website is about Question and Answer for Job, assam career, Vacancy in Assam, assam govt job, bank job, assam tet, assam jobs, government jobs in assam 2021,2022,2023

Assam Direct Recruitment MCQ 2026 - GK + Maths 20 টা প্ৰশ্ন

Assam Direct Recruitment MCQ 2026 - GK + Maths 20 টা প্ৰশ্ন

নমস্কাৰ বন্ধুসকল, মই MKB Support ৰ পৰা। ADR Grade 3 আৰু Grade 4 ৰ পৰীক্ষাত আহিব পৰা GK + Maths ৰ 20 টা বাছনি কৰা প্ৰশ্ন দিলোঁ। প্ৰথমে নিজে চেষ্টা কৰা, তাৰ পিছত উত্তৰ চাওক ত Click কৰা।

Q1. অসমৰ ৰাজ্যিক খেল কি?

A) ফুটবল
B) কাবাডী
C) ধপাট খেল
D) ভলীবল

👉 উত্তৰ চাওক

উত্তৰ: C) ধপাট খেল

Q2. 50 ৰ 20% কিমান?

A) 5
B) 10
C) 15
D) 20

👉 উত্তৰ চাওক

উত্তৰ: B) 10

Q3. অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন?

A) কাৰ্বি আংলং ✅
B) ধুবুৰী
C) কাছাৰ
D) ডিব্ৰুগড়

👉 উত্তৰ চাওক

উত্তৰ: A) কাৰ্বি আংলং

Q4. 12 x 8 + 4 = ?

A) 96
B) 100
C) 120
D) 104

👉 উত্তৰ চাওক

উত্তৰ: B) 100

Q5. ভাৰতৰ ৰাজধানী ক'ত?

A) মুম্বাই
B) কলকাতা
C) নতুন দিল্লী
D) চেন্নাই

👉 উত্তৰ চাওক

উত্তৰ: C) নতুন দিল্লী

Q6. এটা বস্তুৰ দাম 500 টকা, 10% ৰেহাই দিলে দাম কিমান হ'ব?

A) 400
B) 450
C) 480
D) 500

👉 উত্তৰ চাওক

উত্তৰ: B) 450

Q7. কামাখ্যা মন্দিৰ ক'ত আছে?

A) তেজপুৰ
B) গুৱাহাটী
C) যোৰহাট
D) নগাঁও

👉 উত্তৰ চাওক

উত্তৰ: B) গুৱাহাটী

Q8. 1 ঘণ্টাত কিমান মিনিট?

A) 30
B) 60
C) 90
D) 100

👉 উত্তৰ চাওক

উত্তৰ: B) 60

Q9. অসমৰ প্ৰথম চাহ বাগান ক'ত স্থাপন হৈছিল?

A) ডিব্ৰুগড়
B) চাবুৱা
C) যোৰহাট
D) শিৱসাগৰ

👉 উত্তৰ চাওক

উত্তৰ: B) চাবুৱা

Q10. 25, 30, 35 - পিছৰ সংখ্যাটো কি হ'ব?

A) 40
B) 45
C) 38
D) 50

👉 উত্তৰ চাওক

উত্তৰ: A) 40

Q11. অসমীয়া ভাষাৰ জনক কোন?

A) শংকৰদেৱ
B) লক্ষ্মীনাথ বেজবৰুৱা
C) হেমচন্দ্ৰ গোস্বামী
D) বাণীকান্ত কাকতি

👉 উত্তৰ চাওক

উত্তৰ: C) হেমচন্দ্ৰ গোস্বামী

Q12. 1000 টকাৰ 5% সুত কিমান?

A) 25
B) 50
C) 100
D) 150

👉 উত্তৰ চাওক

উত্তৰ: B) 50

Q13. বড়োলেণ্ডৰ ৰাজধানী কোনখন?

A) গুৱাহাটী
B) কোকৰাঝাৰ
C) বঙাইগাঁও
D) বৰপেটা

👉 উত্তৰ চাওক

উত্তৰ: B) কোকৰাঝাৰ

Q14. এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান?

A) 90 ডিগ্ৰী
B) 180 ডিগ্ৰী
C) 360 ডিগ্ৰী
D) 270 ডিগ্ৰী

👉 উত্তৰ চাওক

উত্তৰ: B) 180 ডিগ্ৰী

Q15. অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন?

A) 5
B) 7
C) 8
D) 10

👉 উত্তৰ চাওক

উত্তৰ: C) 8

Q16. 8 + 8 ÷ 2 = ?

A) 8
B) 12
C) 16
D) 4

👉 উত্তৰ চাওক

উত্তৰ: B) 12

Q17. শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত?

A) বৰদোৱা, নগাঁও
B) মাজুলী
C) বৰপেটা
D) ধুবুৰী

👉 উত্তৰ চাওক

উত্তৰ: A) বৰদোৱা, নগাঁও

Q18. 1 কিলোগ্ৰাম = কিমান গ্ৰাম?

A) 100
B) 500
C) 1000
D) 10000

👉 উত্তৰ চাওক

উত্তৰ: C) 1000

Q19. অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় কোনখন?

A) ডিব্ৰুগড় বিশ্ববিদ্যালয়
B) গুৱাহাটী বিশ্ববিদ্যালয়
C) তেজপুৰ বিশ্ববিদ্যালয়
D) অসম বিশ্ববিদ্যালয়

👉 উত্তৰ চাওক

উত্তৰ: B) গুৱাহাটী বিশ্ববিদ্যালয়

Q20. এজন মানুহে 60 KM বেগত 2 ঘণ্টা গ'লে কিমান দূৰ যাব?

A) 60 KM
B) 120 KM
C) 30 KM
D) 180 KM

👉 উত্তৰ চাওক

উত্তৰ: B) 120 KM

তোমাৰ Score কিমান হ'ল?

20 ৰ ভিতৰত কেইটা পাৰিলা? Comment ত লিখা। আৰু MCQ পাবলৈ www.mkbsupport.in Follow কৰা।

Share:

Assam Direct Recruitment MCQ 2026 - GK + Maths 20 টা প্ৰশ্ন

Assam Police Constable Exam MCQ 2026 - 20 টা Important প্ৰশ্ন

নমস্কাৰ বন্ধুসকল, মই MKB Support ৰ পৰা। প্ৰথমে নিজে চেষ্টা কৰা, তাৰ পিছত উত্তৰ চাওক ত Click কৰি উত্তৰ মিলাই চোৱা।

Q1. অসমৰ ৰাজধানী কোনখন?

A) গুৱাহাটী
B) দিছপুৰ
C) যোৰহাট
D) ডিব্ৰুগড়

👉 উত্তৰ চাওক

উত্তৰ: B) দিছপুৰ

Q2. অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

A) গোপীনাথ বৰদলৈ
B) তৰুণ গগৈ
C) হিমন্ত বিশ্ব শৰ্মা
D) সৰ্বানন্দ সোণোৱাল

👉 উত্তৰ চাওক

উত্তৰ: A) গোপীনাথ বৰদলৈ

Q3. ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ত?

A) গংগোত্ৰী
B) মানস সৰোবৰ
C) যমুনোত্ৰী
D) অমৰকণ্টক

👉 উত্তৰ চাওক

উত্তৰ: B) মানস সৰোবৰ

Q4. অসমৰ ৰাজ্যিক পশু কি?

A) বাঘ
B) এশিঙীয়া গঁড়
C) হাতী
D) হৰিণ

👉 উত্তৰ চাওক

উত্তৰ: B) এশিঙীয়া গঁড়

Q5. ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল?

A) 15 আগষ্ট 1947
B) 26 জানুৱাৰী 1950
C) 26 নৱেম্বৰ 1949
D) 2 অক্টোবৰ 1950

👉 উত্তৰ চাওক

উত্তৰ: B) 26 জানুৱাৰী 1950

Q6. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত?

A) গোলাঘাট
B) কামৰূপ
C) নলবাৰী
D) শিৱসাগৰ

👉 উত্তৰ চাওক

উত্তৰ: A) গোলাঘাট

Q7. অসমীয়া নৱবৰ্ষ কেতিয়া পালন কৰা হয়?

A) মাঘ বিহু
B) ব'হাগ বিহু
C) কাতি বিহু
D) দূৰ্গা পূজা

👉 উত্তৰ চাওক

উত্তৰ: B) ব'হাগ বিহু

Q8. ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিল?

A) বঙ্কিমচন্দ্ৰ
B) ৰবীন্দ্ৰনাথ ঠাকুৰ
C) সুভাষ চন্দ্ৰ বসু
D) মহাত্মা গান্ধী

👉 উত্তৰ চাওক

উত্তৰ: B) ৰবীন্দ্ৰনাথ ঠাকুৰ

Q9. অসমৰ আটাইতকৈ দীঘল নদী কোনখন?

A) বৰাক
B) ব্ৰহ্মপুত্ৰ
C) মানাহ
D) সোৱণশিৰি

👉 উত্তৰ চাওক

উত্তৰ: B) ব্ৰহ্মপুত্ৰ

Q10. 1 KM = কিমান মিটাৰ?

A) 100
B) 1000
C) 10000
D) 10

👉 উত্তৰ চাওক

উত্তৰ: B) 1000

Q11. অসম পুলিচৰ মুখ্য কাৰ্যালয় ক'ত?

A) গুৱাহাটী
B) উলুবাৰী, গুৱাহাটী
C) যোৰহাট
D) তেজপুৰ

👉 উত্তৰ চাওক

উত্তৰ: B) উলুবাৰী, গুৱাহাটী

Q12. অসমৰ ৰাজ্যিক ফুল কি?

A) গোলাপ
B) কপৌ ফুল
C) শেৱালি
D) পদুম

👉 উত্তৰ চাওক

উত্তৰ: B) কপৌ ফুল

Q13. ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন?

A) ড° এ পি জে আব্দুল কালাম
B) ড° ৰাজেন্দ্ৰ প্ৰসাদ
C) ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ
D) জৱাহৰলাল নেহৰু

👉 উত্তৰ চাওক

উত্তৰ: B) ড° ৰাজেন্দ্ৰ প্ৰসাদ

Q14. মাজুলী কিহৰ বাবে বিখ্যাত?

A) চাহ বাগান
B) পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ
C) তেল শোধনাগাৰ
D) কয়লা

👉 উত্তৰ চাওক

উত্তৰ: B) পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ

Q15. 15 + 25 x 2 = ?

A) 80
B) 65
C) 40
D) 70

👉 উত্তৰ চাওক

উত্তৰ: B) 65

Q16. অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন?

A) ছৈয়দা আনোৱাৰা টাইমূৰ
B) মমতা বেনাৰ্জী
C) শীলা দীক্ষিত
D) মায়াৱতী

👉 উত্তৰ চাওক

উত্তৰ: A) ছৈয়দা আনোৱাৰা টাইমূৰ

Q17. গুৱাহাটীৰ পুৰণি নাম কি?

A) প্ৰাগজ্যোতিষপুৰ
B) কামৰূপ
C) দিছপুৰ
D) কামাখ্যা

👉 উত্তৰ চাওক

উত্তৰ: A) প্ৰাগজ্যোতিষপুৰ

Q18. অসমত কিমানখন জিলা আছে?

A) 33
B) 35
C) 27
D) 30

👉 উত্তৰ চাওক

উত্তৰ: B) 35

Q19. "জয় আই অসম" গীতটি কোনে লিখিছিল?

A) জ্যোতিপ্ৰসাদ আগৰৱালা
B) ভূপেন হাজৰিকা
C) লক্ষ্মীনাথ বেজবৰুৱা
D) বিষ্ণু ৰাভা

👉 উত্তৰ চাওক

উত্তৰ: A) জ্যোতিপ্ৰসাদ আগৰৱালা

Q20. এটা বৰ্গৰ পৰিসীমা 20 cm হ'লে তাৰ বাহু কিমান?

A) 4 cm
B) 5 cm
C) 10 cm
D) 20 cm

👉 উত্তৰ চাওক

উত্তৰ: B) 5 cm

তোমাৰ Score কিমান হ'ল?

20 ৰ ভিতৰত কেইটা পাৰিলা? তলত Comment ত লিখা। 15 টাতকৈ বেছি পাৰিলে তুমি Police Exam ৰ বাবে Ready।

আৰু এনে MCQ পাবলৈ www.mkbsupport.in Follow কৰি ৰাখা।

Share:

Assam Ration Card New List 2026 - তোমাৰ নাম আছে নে চেক কৰা

Assam Ration Card New List 2026 - তোমাৰ নাম আছে নে চেক কৰা

নমস্কাৰ বন্ধুসকল, মই MKB Support ৰ পৰা। ৰেচন কাৰ্ডৰ নতুন List ওলাইছে। বহুত মানুহৰ নাম কাটি গৈছে, বহুত নতুন নাম সোমাইছে। তোমাৰ নাম আছে নে নাই - 2 মিনিটত মোবাইলত চেক কৰি লোৱা।

📌 Ration Card 2026 - এক নজৰত

বিষয়তথ্য
আঁচনিNFSA - National Food Security Act
চাউলপ্ৰতি জনক 5 KG Free
চেক Sitercms.assam.gov.in

মোবাইলত নাম কেনেকৈ চেক কৰিব?

  1. প্ৰথমে rcms.assam.gov.in খোলা
  2. Ration Card Details ত Click কৰা
  3. তোমাৰ জিলা, DFSO, FPS Dealer Select কৰা
  4. তোমাৰ Ration Card Number বা পৰিয়ালৰ মূৰব্বীৰ নামেৰে Search কৰা

নাম কাটি গ'লে কি কৰিব?

যদি তোমাৰ নাম List ত নাই, তেন্তে 3 টা কাৰণ হ'ব পাৰে -
1. e-KYC কৰা নাই
2. Aadhaar Link কৰা নাই
3. আয় বেছি বুলি ধৰিছে
তেতিয়া FPS Dealer বা Food & Civil Supply Office ত গৈ খবৰ লোৱা। e-KYC কৰিলেই আকৌ নাম আহি যাব।

নতুন Ration Card কেনেকৈ বনাব?

  • পৰিয়ালৰ সকলোৰে Aadhaar Card লাগিব
  • Bank Passbook লাগিব
  • Gaon Panchayat ৰ পৰা Certificate লাগিব
  • Online ত Apply কৰি Office ত Documents জমা দিব লাগিব

এটা ডাঙৰ কথা

e-KYC নকৰিলে ৰেচন বন্ধ হৈ যাব। এতিয়াও e-KYC কৰা নাই যদি, আজিয়েই FPS Shop ত গৈ Finger দি e-KYC কৰি লোৱা।

তোমাৰ নাম List ত আহিল নে? তলত Comment ত জনোৱা। এই খবৰটো সকলোকে Share কৰি দিয়া।

Share:

PM Awas Yojana Assam New List 2026 - তোমাৰ নাম আছে নে চেক কৰা

PM Awas Yojana Assam New List 2026 - তোমাৰ নাম আছে নে?

নমস্কাৰ বন্ধুসকল, মই MKB Support ৰ পৰা। PM Awas Yojana ৰ নতুন List ওলাইছে। যিসকলে ঘৰৰ বাবে Apply কৰিছিল, তেওঁলোকৰ নাম আহিছে নে নাই আজি মই চেক কৰাৰ নিয়মটো কৈ দিম।

📌 PM Awas Yojana 2026 - এক নজৰত

বিষয়তথ্য
আঁচনিPradhan Mantri Awas Yojana - Gramin
সহায়1,30,000 টকা
কিস্তি3 টা কিস্তিত পাব
চেক কৰা Sitepmayg.nic.in

নাম কেনেকৈ চেক কৰিব? (2 মিনিটত)

  1. প্ৰথমে pmayg.nic.in খোলা
  2. Stakeholders > IAY / PMAYG Beneficiary ত Click কৰা
  3. তোমাৰ Registration Number দিয়া। যদি Number নাই, তেন্তে Name ৰে Search কৰা
  4. তোমাৰ জিলা, ব্লক, গাঁও Select কৰিলেই List ওলাই যাব

যদি তোমাৰ নাম List ত আছে, তেন্তে তোমাৰ ঘৰৰ টকা আহিবলৈ Ready।

টকা কেনেকৈ পাব? কিস্তি কিমান?

  • 1st কিস্তি: 32,500 টকা - ঘৰৰ কাম আৰম্ভ কৰিবলৈ
  • 2nd কিস্তি: 78,000 টকা - দেৱাল উঠাৰ পিছত
  • 3rd কিস্তি: 19,500 টকা - ঘৰ সম্পূৰ্ণ হোৱাৰ পিছত

লগতে শৌচালয়ৰ বাবে 12,000 টকা অতিৰিক্তভাৱে পাবা।

নাম নাহিলে কি কৰিব?

যদি তোমাৰ নাম নাহিলে, তেন্তে 2 টা কাৰণ হ'ব পাৰে -
1. তোমাৰ Geo-Tagging হোৱা নাই
2. তোমাৰ Documents ত ভুল আছে
তেতিয়া Gaon Panchayat / Block Office ত গৈ খবৰ লোৱা।

নতুন Apply কেতিয়া?

এতিয়া নতুন Apply ৰ বাবে Awas Plus Survey চলি আছে। Survey ত নাম নথকা সকলে Panchayat ত গৈ নাম লিখাব পাৰিব।

তোমাৰ নাম List ত আহিল নে? তলত Comment ত জিলাৰ নাম লিখি জনোৱা। এই খবৰটো গাঁৱৰ সকলোকে Share কৰি দিয়া।

Share:

Orunodoi 3.0 New List 2026 - তোমাৰ নাম আছে নে? চেক কৰা

Orunodoi 3.0 New List 2026 - তোমাৰ নাম আছে নে চেক কৰা

নমস্কাৰ বন্ধুসকল, মই MKB Support ৰ পৰা। অসম চৰকাৰে Orunodoi 3.0 ৰ নতুন List প্ৰকাশ কৰিছে। এইবাৰ বহুত নতুন মহিলাৰ নাম সোমাইছে। তুমি Apply কৰিছিলা নে? তোমাৰ নাম আহিল নে নাই - আজি মই চেক কৰাৰ সহজ উপায়টো কৈ দিম।

📌 Orunodoi 3.0 - কি কি পাব?

সুবিধাটকা
প্ৰতি মাহে সৰ্বমুঠ1,250 টকা
চাউলৰ বাবে400 টকা
দাইল, নিমখ, চেনিৰ বাবে400 টকা
ঔষধৰ বাবে200 টকা
গেছৰ বাবে250 টকা

নাম কেনেকৈ চেক কৰিব?

  1. প্ৰথমে orunodoi.assam.gov.in খোলা
  2. Beneficiary List ত Click কৰা
  3. তোমাৰ জিলা, ব্লক, গাঁও Select কৰা
  4. তোমাৰ নামটো Search কৰা

যদি নাম নাই, তেন্তে তোমাৰ Application টো Reject হৈছে নেকি চাবলৈ Panchayat Office ত খবৰ লোৱা।

কোনে পাব? যোগ্যতা কি?

  • অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব
  • পৰিয়ালৰ বছৰি আয় 2 লাখৰ তলত হ'ব লাগিব
  • ঘৰত চৰকাৰী চাকৰিয়াল থাকিব নালাগিব
  • ঘৰত 4 চকীয়া গাড়ী থাকিব নালাগিব
  • বিধবা, অবিবাহিতা মহিলাই অগ্ৰাধিকাৰ পাব

টকা কেতিয়া সোমাব?

Orunodoi 3.0 ৰ টকা প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰত Bank Account ত সোমায়। যদি 10 তাৰিখৰ পিছতো টকা নোসোমায়, তেন্তে Bank ত গৈ DBT On আছে নে নাই চেক কৰা।

নতুন Apply কেতিয়া কৰিব পাৰিব?

এতিয়া নতুন Apply বন্ধ আছে। চৰকাৰে পুনৰ Apply আৰম্ভ কৰিলে মই ইয়াতে জনাই দিম। আপডেট পাবলৈ আমাৰ Website টো Follow কৰি ৰাখা।

তোমাৰ নাম List ত আহিল নে? তলত Comment ত জিলাৰ নামটো লিখি জনোৱা। এই খবৰটো মা-ভনীহঁতক Share কৰি দিয়া।

Share:

BTC Teacher Recruitment 2026 - 852 টা পদ, Last Date 19 Nov

BTC Teacher Recruitment 2026 - 852 টা পদত Apply আৰম্ভ

নমস্কাৰ বন্ধুসকল, মই MKB Support ৰ পৰা। BTC অৰ্থাৎ Bodoland Territorial Council ৰ পৰা 852 টা Teacher ৰ পদত নিযুক্তি ওলাইছে। যিসকলে B.Ed কৰি Teacher হ'ব বিচাৰি আছে, তেওঁলোকৰ বাবে এইটো ডাঙৰ সুযোগ।

📌 BTC Teacher 2026 - এক নজৰত

বিষয়তথ্য
বিভাগDirectorate of Education, BTC, Kokrajhar
পদৰ নামGraduate Teacher (GT) / Post Graduate Teacher (PGT)
মুঠ পদ852 টা
Apply SiteBTC Official Website
Last Date19 Nov 2026

কোনে Apply কৰিব পাৰিব?

1. Graduate Teacher (GT):
যিকোনো শাখাত Graduate + B.Ed থাকিব লাগিব। লগতে TET পাছ কৰা হ'লে ভাল।

2. Post Graduate Teacher (PGT):
Related Subject ত Post Graduate + B.Ed থাকিব লাগিব।

বয়স কিমান লাগিব?

সাধাৰণতে 18 ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। SC/ST/OBC ৰ বাবে চৰকাৰী নিয়ম অনুসৰি ৰেহাই পাব।

দৰমহা কিমান পাব?

BTC Teacher ৰ দৰমহা অসম চৰকাৰৰ নিয়ম অনুসৰি হ'ব। GT ৰ বাবে প্ৰায় 35,000 - 45,000 টকা আৰু PGT ৰ বাবে 40,000 - 55,000 টকা প্ৰতি মাহে পাব।

কেনেকৈ Apply কৰিব?

  1. BTC ৰ Official Website খোলা
  2. Recruitment Section ত BTC Teacher 2026 Select কৰা
  3. GT বা PGT Select কৰি Form Fill কৰা
  4. Documents Upload কৰি Submit কৰা

Last Date: 19 Nov 2026 - শেষৰ দিনলৈ ৰৈ নাথাকিবা।

মোৰ পৰামৰ্শ

যদি তোমাৰ B.Ed আছে, তেন্তে এই Form খন নিশ্চয় Fill কৰা। BTC ত 852 টা পদ একেলগে কমেই ওলায়। এই সুযোগ হেৰুৱাই নেপেলাবা।

এই খবৰটো বন্ধুক Share কৰি দিয়া। কিবা সমস্যা হ'লে Comment ত সুধিবা।

Share:

Railway Station Master Recruitment 2026 - 1265 টা পদ, অসমৰ পৰা কেনেকৈ Apply কৰিব?

Railway Station Master Recruitment 2026 - অসমৰ ল'ৰা-ছোৱালীৰ বাবে ডাঙৰ সুযোগ

নমস্কাৰ বন্ধুসকল, মই MKB Support ৰ পৰা। বহুত দিনৰ পিছত ৰে'লৱেত Station Master ৰ বাবে ইমান ডাঙৰ নিযুক্তি ওলাইছে। যিসকলে Graduate কৰি চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এইটো এটা সোণালী সুযোগ।

আজিৰ এই Post ত মই Station Master চাকৰিৰ পদ, দৰমহা, যোগ্যতা, বয়স, পৰীক্ষা আৰু অসমৰ পৰা কেনেকৈ Apply কৰিব - সকলোখিনি সহজ অসমীয়াত বুজাই দিছোঁ।

📌 Station Master Recruitment 2026 - এক নজৰত

বিষয়তথ্য
বিভাগRailway Recruitment Board (RRB)
পদৰ নামStation Master
Notification No.CEN 08/2026
মুঠ পদ1,265 টা
Apply কৰাৰ Siterrbapply.gov.in
Last Date25 Nov 2026

অসমৰ বাবে কিমান পদ আছে?

বহুতে মোক সুধে - অসমৰ বাবে কিমান পদ আছে? তুমি মন কৰিবা, ৰে'লৱেৰ চাকৰিত অসমৰ বাবে সুকীয়া পদ নাথাকে। তুমি RRB Guwahati ক Select কৰি Apply কৰিব লাগিব।

Northeast Frontier Railway (NFR) ৰ অধীনত Guwahati RRB ত এইবাৰ মুঠ 37 টা পদ আছে।

মনত ৰাখিবা: তুমি মাত্ৰ এখন RRB ত হে Apply কৰিব পাৰিবা। দুখনত Apply কৰিলে দুয়োটা Cancel হৈ যাব।

কোনে Apply কৰিব পাৰিব? যোগ্যতা কি?

১. শিক্ষাগত যোগ্যতা:
যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা Graduate হ'ব লাগিব। BA, BSc, BCom - সকলো শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে Apply কৰিব পাৰিব। কিন্তু Final Year ৰ Result ৰৈ থকা সকলে Apply কৰিব নোৱাৰিব।

২. বয়স কিমান লাগিব? (01-01-2027 অনুসৰি)
সাধাৰণতে বয়স হ'ব লাগিব 20 বছৰৰ পৰা 33 বছৰৰ ভিতৰত।
OBC: 3 বছৰ ৰেহাই
SC / ST: 5 বছৰ ৰেহাই

৩. চকুৰ পৰীক্ষা - আটাইতকৈ গুৰুত্বপূৰ্ণ
Station Master ৰ বাবে A-2 Medical লাগিব। চকুৰ Power নোহোৱাকৈ 6/9 হ'ব লাগিব।
LASIK Operation কৰা সকলে এই পদৰ বাবে Apply কৰিব নোৱাৰিব।

দৰমহা কিমান পাব?

Station Master ৰ দৰমহা বহুত ভাল। Basic Pay: 35,400 টকা (Pay Level-6)। DA, HRA, TA সকলো মিলাই হাতত প্ৰতি মাহে প্ৰায় 55,000 ৰ পৰা 60,000 টকা পাবা। লগতে ৰে'লৱেৰ Quarter, চিকিৎসা, Free Train Pass ৰ সুবিধাও পাবা।

পৰীক্ষা কেনেকৈ হ'ব?

Step 1: CBT (Computer Test) - মুঠ 100 নম্বৰ, সময় 120 মিনিট। Maths আৰু Reasoning বেছি আহিব।
Step 2: CBAT (Aptitude Test) - Station Master ৰ বাবে বিশেষ পৰীক্ষা।
Step 3: Document Verification + Medical

Apply কৰিবলৈ Fee কিমান?

  • General / OBC / EWS: 500 টকা
  • SC / ST / মহিলা / EBC: 250 টকা

ভাল খবৰটো হ'ল - পৰীক্ষা দিলে Fee ৰ টকা ঘূৰাই পাই যাবা। General ৰ 400 টকা আৰু SC/ST ৰ সম্পূৰ্ণ 250 টকা Refund হয়।

অসমৰ পৰা কেনেকৈ Apply কৰিব? (Step by Step)

  1. প্ৰথমে rrbapply.gov.in খোলা
  2. CEN 08/2026 - Station Master Select কৰা
  3. RRB Guwahati Select কৰা
  4. নিজৰ নাম, ফটো, চহী Upload কৰা
  5. Fee দি Submit কৰা

Last Date: 25 Nov 2026
Fee দিয়াৰ Last Date: 27 Nov 2026
শেষৰ দিনলৈ ৰৈ নাথাকিবা। শেষৰ ফালে Site Slow হৈ যায়।

মোৰ ফালৰ পৰা এটা পৰামৰ্শ

যদি তুমি Graduate আৰু চকুত কোনো সমস্যা নাই, তেন্তে এই Form খন নিশ্চয় Fill কৰা। কাৰণ ৰে'লৱেত Station Master ৰ চাকৰিৰ দৰে সন্মানীয় আৰু ভাল দৰমহাৰ চাকৰি কমেই ওলায়।

তুমি Apply কৰিলা নে? তলত Comment ত জনোৱা। কিবা সমস্যা হ'লে মোক সুধিবা, মই সহায় কৰিম।

এই খবৰটো বন্ধু-বান্ধৱীক Share কৰি দিয়া, যাতে তেওঁলোকেও সুযোগটো নেহেৰুৱায়।

Share:



Copyright © MKB Support | Powered by MKB Support