1. ভাৰতৰ কোনখন চহৰক "ভাৰতৰ চিলিকন ভেলী" বুলি কোৱা হয়?
উত্তৰ: বাংগালোৰ
2. ভাৰতৰ কোনখন চহৰক "প্ৰাচ্যৰ এথেন্স" বুলি কোৱা হয়?
উত্তৰ: মাদুৰাই
3. ডানকান পাছ মাজত অৱস্থিত?
উত্তৰ: দক্ষিণ আন্দামান আৰু লিটল আন্দামান
4. লক্ষদ্বীপ দ্বীপপুঞ্জ ক'ত অৱস্থিত?
উত্তৰ: আৰৱ সাগৰ।
5. নন্দা দেৱী শৃংগ কোন খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত?
উত্তৰ: উত্তৰাখণ্ড
6. দক্ষিণ ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো?
উত্তৰ: আনিমুদি
7. পাল ঘাট পাছে নিম্নলিখিত কোন দুখন ৰাজ্যক সংযোগ কৰে?
উত্তৰ: কেৰেলা আৰু তামিলনাডু
8. গংগা আৰু ব্ৰহ্মপুত্ৰৰ একত্ৰিত পানীৰ সোঁত কোন নামেৰে জনা যায়?
উত্তৰ: মেঘনা
9. ভাৰতত "য়াৰলুং জাংবো নদী" কি নামেৰে জনা জাত?
উত্তৰ: ব্ৰহ্মপুত্ৰ
10. কোননদীৰ পাৰত আগ্ৰা অৱস্থিত?
উত্তৰ: যমুনা
11. কাবেৰী নদীৰ পাৰত কোনখন চহৰ অৱস্থিত?
উত্তৰ: মহীশূৰ, বাংগালোৰ
12. গাণ্ডি সাগৰ, জৱাহৰ সাগৰ আৰু ৰাণা প্ৰতাপ সাগৰ বান্ধ কোনখন নদীত নিৰ্মাণ কৰা হৈছে?
উত্তৰ: চম্বল
13. উমিয়াম হ্ৰদ কোন খন ৰাজ্যত অৱস্থিত?
উত্তৰ: মেঘালয়

