This website is about Question and Answer for Job, assam career, Vacancy in Assam, assam govt job, bank job, assam tet, assam jobs, government jobs in assam 2021,2022,2023

Showing posts with label STATE JOB. Show all posts
Showing posts with label STATE JOB. Show all posts

AAU ATMA Recruitment 2026 - 310 পদত Apply কৰক, Salary 52,000 টকা | Last Date 11 Dec

AAU ATMA Recruitment 2026 - 310 টা পদত Apply কৰক | Salary 52,000 টকা পৰ্যন্ত, Last Date 11 Dec

অসমৰ চাকৰি বিচৰা যুৱক-যুৱতীসকলৰ বাবে আকৌ এটা ডাঙৰ খবৰ আহিছে। Assam Agricultural University (AAU), Jorhat এ Directorate of Agriculture, Assam ৰ হৈ CSS-ATMA (Agriculture Extension) আঁচনিৰ অধীনত মুঠ 310 টা Contractual পদ ৰ বাবে Official Notification প্ৰকাশ কৰিছে। এই নিযুক্তিত Assistant Technology Manager, Block Technology Manager, Computer Programmer, Deputy Project Director আৰু Accountant cum Clerk পদ আছে।

তুমি যদি Agriculture, Commerce, Computer বা General Graduate হোৱা, তেন্তে এইটো তোমাৰ বাবে এটা বহুত ভাল সুযোগ। কাৰণ এই নিযুক্তিত কোনো Interview নাই, কেৱল OMR Written Test হ'ব। মানে পঢ়ি পৰীক্ষা দিলেই চাকৰি পোৱাৰ চান্স আছে। আৰু আটাইতকৈ ডাঙৰ কথা, ATM পদত 257 টা পদ আছে, গতিকে Competition অলপ কম হ'ব।

আজিৰ এই Post ত আমি AAU ATMA Recruitment 2026 ৰ Vacancy, Salary, Eligibility, Age Limit, Application Fee, Exam Pattern, Syllabus, Selection Process, Documents আৰু Apply Process - সকলোখিনি বিতংকৈ আলোচনা কৰিম। শেষলৈকে পঢ়িবা, যাতে কোনো ভুল নহয়।

🔴 Last Date: 11 December 2026, 4 PM
Apply Website: online.aau.ac.in/atma-2026
সময় বেছি নাই, আজিয়েই Apply কৰক!

AAU ATMA Recruitment 2026 - Overview

এই Recruitment টো Assam Agricultural University এ পৰিচালনা কৰিছে যদিও, চাকৰিটো আচলতে Directorate of Agriculture, Assam ৰ CSS-ATMA Project ৰ অধীনত হ'ব। এই Project টোৰ কাম হ'ল গাঁৱে গাঁৱে কৃষকৰ ওচৰলৈ নতুন কৃষি প্ৰযুক্তি, চৰকাৰী আঁচনি আৰু প্ৰশিক্ষণ পঠিওৱা। সেই বাবে Block আৰু District Level ত Technology Manager ৰ প্ৰয়োজন।

OrganizationAssam Agricultural University, Jorhat
SchemeCSS-ATMA (Agriculture Extension), Directorate of Agriculture, Assam
Advt No05/2026, Date: 10 Nov 2026
Total Vacancy310
Job TypeContractual - 11 মাহৰ বাবে, ভাল কাম কৰিলে Extend হ'ব
SalaryRs. 25,000 - Rs. 52,000 প্ৰতি মাহে (Fixed)
SelectionOMR Written Test + Document Verification, No Interview
Job Locationঅসমৰ যিকোনো District আৰু Block
Apply ModeOnline Only

Post Wise Vacancy Details - কোন পদত কিমান পদ?

মুঠ 310 টা পদৰ ভিতৰত District Level ত 20 টা আৰু Block Level ত 290 টা পদ আছে। তলত Table ত চোৱা:

Post NameVacancySalary / মাহ
Assistant Technology Manager (ATM)257Rs. 25,000
Block Technology Manager (BTM)33Rs. 30,000
Computer Programmer9Rs. 25,000
Deputy Project Director7Rs. 52,000
Accountant cum Clerk4Rs. 30,000
Total310-

ইয়াৰ পৰা বুজিব পাৰিছা, ATM পদত আটাইতকৈ বেছি সুযোগ আছে। তুমি যদি Agriculture Graduate হোৱা, তেন্তে ATM ত Apply কৰাটোৱে বুদ্ধিমানৰ কাম হ'ব।

Eligibility Criteria - কোনে Apply কৰিব পাৰিব?

1. Assistant Technology Manager (ATM) - 257 পদ: Graduate বা Post Graduate in Agriculture / Allied Sector যেনে Horticulture, Veterinary, Fisheries, Sericulture আদিত পাছ কৰিব লাগিব। লগতে কমেও 1 বছৰ Agriculture related কামৰ Experience লাগিব। Age: 1 Jan 2026 হিচাপত সৰ্বোচ্চ 45 বছৰ।

2. Block Technology Manager (BTM) - 33 পদ: Post Graduate in Agriculture / Allied Sector + Computer Skills থাকিব লাগিব। নহ'লে Agri Graduate হৈ 5 বছৰ ATM হিচাপে কাম কৰা সকলেও Apply কৰিব পাৰিব। কমেও 2 বছৰ Field Experience লাগিব। Age: সৰ্বোচ্চ 45 বছৰ।

3. Computer Programmer - 9 পদ: B.Tech (Computer Science / IT) বা MCA পাছ কৰিব লাগিব। B.Tech হ'লে 1 বছৰ আৰু MCA হ'লে 2 বছৰ Experience লাগিব। Age: 21 বছৰৰ পৰা 40 বছৰলৈ।

4. Deputy Project Director - 7 পদ: Post Graduate in Agriculture & Allied Sector + 5 বছৰ Managerial বা Supervisory Experience লাগিব। BTM হিচাপে 5 বছৰ কাম কৰা সকলো Eligible। Age: 21 ৰ পৰা 40 বছৰ। এইটো আটাইতকৈ ডাঙৰ পদ, দৰমহাও 52,000 টকা।

5. Accountant cum Clerk - 4 পদ: B.Com পাছ কৰিব লাগিব। লগতে কোনো Reputed Organization ত 3 বছৰ Accountancy ৰ Experience লাগিব। Tally, Excel জানিলে বেছি ভাল। Age: 21 ৰ পৰা 40 বছৰ।

⚠️ ডাঙৰ নিয়ম মনত ৰাখিবা: এজন Candidate এ কেৱল 1 টা Post তহে Apply কৰিব পাৰিব। 2 টা Post ত Apply কৰিলে তোমাৰ Candidature Cancel হৈ যাব। গতিকে ভালকৈ ভাবি এটা Post বাচি লোৱা।

Age Limit আৰু Application Fee

Age Limit (01-01-2026 হিচাপত): District Level পদ - Deputy Project Director, Accountant, Computer Programmer ৰ বাবে 21 ৰ পৰা 40 বছৰ। Block Level পদ - BTM, ATM ৰ বাবে 21 ৰ পৰা 45 বছৰ। SC / ST / OBC ৰ বাবে চৰকাৰী নিয়ম মতে Age Relaxation পাব।

Application Fee: General - Rs. 250, OBC / SC / ST - Rs. 125, BPL / PwD - Free। Fees Online দিব লাগিব। Fees এবাৰ দিলে Refund নহয়, গতিকে Apply কৰাৰ আগতে Eligibility ভালকৈ চাই লোৱা।

Selection Process আৰু Exam Pattern

এই Recruitment ত কোনো Interview নাই। Selection সম্পূৰ্ণ Merit ৰ ওপৰত হ'ব। প্ৰথমে OMR Based Written Test হ'ব। তাত 100 টা MCQ Question, 100 Marks থাকিব। Question বোৰ Agriculture, General Knowledge, Reasoning, English, Computer, Current Affairs ৰ পৰা আহিব পাৰে।

Written Test ত পাছ কৰা সকলক Document Verification ৰ বাবে মাতিব। তাত Original Certificate চাব। Document ঠিক থাকিলেই Final Selection হ'ব। Exam Date, Time আৰু Venue পিছত aau.ac.in আৰু বাতৰি কাকতত দিব। Exam Center Guwahati, Jorhat, Tezpur, Silchar, Bongaigaon আদিত হ'ব পাৰে।

কি কি Documents লাগিব?

Apply কৰোঁতে আৰু Verification ৰ সময়ত এইবোৰ লাগিব: 1. HSLC Admit / Birth Certificate, 2. HSLC, HS, Graduation, Post Graduation Marksheet আৰু Certificate, 3. Experience Certificate, 4. Caste Certificate (যদি আছে), 5. PRC / Domicile, 6. Aadhaar Card, 7. Passport Size Photo আৰু Signature, 8. Employment Exchange Registration Card। সকলো Documents Scan কৰি ৰাখিবা।

কেনেকৈ Apply কৰিব? Step by Step

Step 1: online.aau.ac.in/atma-2026 ত যাওক। Step 2: তোমাৰ Post টো বাচক। Step 3: Name, DOB, Address, Qualification, Experience সকলো শুদ্ধকৈ Fill কৰক। Step 4: Photo, Signature, Certificate Upload কৰক। Step 5: Fees Payment কৰক। Step 6: Final Submit কৰি Print Out লৈ ৰাখক। 11 Dec 2026, 4 PM ৰ পিছত Link বন্ধ হৈ যাব।

Important Dates

Notification Date: 10 Nov 2026
Apply Start: 12 Nov 2026, 4 PM
Last Date: 11 Dec 2026, 4 PM
Exam Date: পিছত Announce কৰিব

Preparation Tips - কেনেকৈ পাছ কৰিবা?

যিহেতু 100 Marks ৰ OMR Exam, গতিকে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰা। Agriculture ৰ Basic, Assam ৰ কৃষি আঁচনি, ATMA কি, Government Schemes, Current Affairs ভালকৈ পঢ়া। Previous Year ৰ Question নাই, কিন্তু General Agriculture ৰ পৰা বেছি Question আহে। Daily 3-4 ঘণ্টা পঢ়িলে যথেষ্ট। Mock Test দিয়াৰ অভ্যাস কৰা।


Frequently Asked Questions (FAQ)

Q: AAU ATMA ত মুঠ কিমান পদ আছে?

A: মুঠ 310 টা পদ আছে। ATM ত 257, BTM ত 33, Computer Programmer ত 9, Deputy Project Director ত 7, Accountant ত 4।

Q: এইটো Permanent চাকৰি নে?

A: নহয়, এইটো 11 মাহৰ Contractual চাকৰি। ভাল কাম কৰিলে আৰু Project থাকিলে Extend হ'ব পাৰে।

Q: Interview হ'ব নেকি?

A: নহয়, কেৱল OMR Written Test 100 Marks, তাৰ পিছত Document Verification।

Q: 2 টা Post ত Apply কৰিব পাৰিম নে?

A: নোৱাৰিবা। কেৱল 1 টা Post ত Apply কৰিব পাৰিবা।

Q: Salary কিমান পাম?

A: Deputy Project Director - 52,000, BTM / Accountant - 30,000, ATM / Computer Programmer - 25,000 টকা প্ৰতি মাহে।

যদি এই খবৰটো ভাল লাগিলে Share কৰক। আৰু চাকৰিৰ খবৰৰ বাবে আমাৰ Blog টো Follow কৰি ৰাখক। তোমাৰ কোনটো Post ত Apply কৰিছা Comment ত জনাবা!

Share:

Assam Govt Job 2026 - 4 Ta Notun Vacancy, Last Date Kase! Apply Korok

🔥 Assam Govt Job November 2026
4 Ta Dangor Vacancy - Last Date Kase!

নমস্কাৰ বন্ধুসকল, আজি 9 November 2026 ৰ আটাইতকৈ ডাঙৰ 4 টা চাকৰিৰ খবৰ লৈ আহিছোঁ। এটাৰ Last Date কাইলৈয়ে! সেয়ে দেৰি নকৰিব। তলত সকলো Details দিয়া আছে।

⚡ Quick List - Kun Tu Apply Koribo Paribo?

1. BTC Teacher - 852 Post - B.Ed / D.El.Ed Thakile
2. CM Fellow - 256 Post - MBA / Graduate
3. RRB Station Master - 1265 Post - Jikunu Graduate
4. Land Record Assistant - 579 Post - Graduate - Last Date 10 Nov!

1. BTC Teacher Recruitment 2026 - 852 Posts

PostGraduate Teacher - 761, PGT - 91
SalaryRs. 22,000 - 97,000 + GP 11,800
Age18 - 40 Years (OBC 43, SC/ST 45)
QualificationGraduate + B.Ed / TET
Last Date19 November 2026, 5 PM
Applyrecruitment.bodoland.co

2. Chief Minister's Fellow - 256 Posts

PostCM Fellow (2 Years Fellowship)
Salary1st Year - 6 Lakh, 2nd Year - 6.6 Lakh
QualificationMBA / Post Graduate (Social Science)
Last Date14 November 2026
NoteEitu Permanent Job Nohay, Fellowship Hay

3. RRB Station Master - 1265 Posts

PostStation Master - RRB Guwahati t 37 Ta Post
SalaryRs. 35,400 Starting (Level-6)
Age20 - 33 Years
QualificationJikunu Subject t Graduate
Last Date25 November 2026

4. Land Record Assistant - 579 Posts [KALOI LAST DATE]

PostLand Record Assistant (Lot Mondal)
SalaryRs. 14,000 - 70,000 + GP 6,200
Age21 - 44 Years
Last Date10 November 2026, 6 PM
Websitesebaonline.org

Kenekoi Apply Koribo?

1. Uporot Diya Official Website t Go
2. Recruitment / Apply Online t Click Korok
3. Mobile No, Email di Register Korok
4. Photo, Signature Upload Korok
5. Fees Diya Ru Form Submit Korok
Important: Apply Korar Agote Official Notification PDF Valke Pori Loba. Cyber Cafe t Apply Korile Form r Print Copy Loi Loba.

Kun Tu Post t Apply Koribo Bhabisa? Comment t Likha - BTC / CM Fellow / Railway / LRA

Share:

BTC Teacher Recruitment 2026 - 852 টা পদ, Last Date 19 Nov

BTC Teacher Recruitment 2026 - 852 টা পদত Apply আৰম্ভ

নমস্কাৰ বন্ধুসকল, মই MKB Support ৰ পৰা। BTC অৰ্থাৎ Bodoland Territorial Council ৰ পৰা 852 টা Teacher ৰ পদত নিযুক্তি ওলাইছে। যিসকলে B.Ed কৰি Teacher হ'ব বিচাৰি আছে, তেওঁলোকৰ বাবে এইটো ডাঙৰ সুযোগ।

📌 BTC Teacher 2026 - এক নজৰত

বিষয়তথ্য
বিভাগDirectorate of Education, BTC, Kokrajhar
পদৰ নামGraduate Teacher (GT) / Post Graduate Teacher (PGT)
মুঠ পদ852 টা
Apply SiteBTC Official Website
Last Date19 Nov 2026

কোনে Apply কৰিব পাৰিব?

1. Graduate Teacher (GT):
যিকোনো শাখাত Graduate + B.Ed থাকিব লাগিব। লগতে TET পাছ কৰা হ'লে ভাল।

2. Post Graduate Teacher (PGT):
Related Subject ত Post Graduate + B.Ed থাকিব লাগিব।

বয়স কিমান লাগিব?

সাধাৰণতে 18 ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। SC/ST/OBC ৰ বাবে চৰকাৰী নিয়ম অনুসৰি ৰেহাই পাব।

দৰমহা কিমান পাব?

BTC Teacher ৰ দৰমহা অসম চৰকাৰৰ নিয়ম অনুসৰি হ'ব। GT ৰ বাবে প্ৰায় 35,000 - 45,000 টকা আৰু PGT ৰ বাবে 40,000 - 55,000 টকা প্ৰতি মাহে পাব।

কেনেকৈ Apply কৰিব?

  1. BTC ৰ Official Website খোলা
  2. Recruitment Section ত BTC Teacher 2026 Select কৰা
  3. GT বা PGT Select কৰি Form Fill কৰা
  4. Documents Upload কৰি Submit কৰা

Last Date: 19 Nov 2026 - শেষৰ দিনলৈ ৰৈ নাথাকিবা।

মোৰ পৰামৰ্শ

যদি তোমাৰ B.Ed আছে, তেন্তে এই Form খন নিশ্চয় Fill কৰা। BTC ত 852 টা পদ একেলগে কমেই ওলায়। এই সুযোগ হেৰুৱাই নেপেলাবা।

এই খবৰটো বন্ধুক Share কৰি দিয়া। কিবা সমস্যা হ'লে Comment ত সুধিবা।

Share:

Railway Station Master Recruitment 2026 - 1265 টা পদ, অসমৰ পৰা কেনেকৈ Apply কৰিব?

Railway Station Master Recruitment 2026 - অসমৰ ল'ৰা-ছোৱালীৰ বাবে ডাঙৰ সুযোগ

নমস্কাৰ বন্ধুসকল, মই MKB Support ৰ পৰা। বহুত দিনৰ পিছত ৰে'লৱেত Station Master ৰ বাবে ইমান ডাঙৰ নিযুক্তি ওলাইছে। যিসকলে Graduate কৰি চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এইটো এটা সোণালী সুযোগ।

আজিৰ এই Post ত মই Station Master চাকৰিৰ পদ, দৰমহা, যোগ্যতা, বয়স, পৰীক্ষা আৰু অসমৰ পৰা কেনেকৈ Apply কৰিব - সকলোখিনি সহজ অসমীয়াত বুজাই দিছোঁ।

📌 Station Master Recruitment 2026 - এক নজৰত

বিষয়তথ্য
বিভাগRailway Recruitment Board (RRB)
পদৰ নামStation Master
Notification No.CEN 08/2026
মুঠ পদ1,265 টা
Apply কৰাৰ Siterrbapply.gov.in
Last Date25 Nov 2026

অসমৰ বাবে কিমান পদ আছে?

বহুতে মোক সুধে - অসমৰ বাবে কিমান পদ আছে? তুমি মন কৰিবা, ৰে'লৱেৰ চাকৰিত অসমৰ বাবে সুকীয়া পদ নাথাকে। তুমি RRB Guwahati ক Select কৰি Apply কৰিব লাগিব।

Northeast Frontier Railway (NFR) ৰ অধীনত Guwahati RRB ত এইবাৰ মুঠ 37 টা পদ আছে।

মনত ৰাখিবা: তুমি মাত্ৰ এখন RRB ত হে Apply কৰিব পাৰিবা। দুখনত Apply কৰিলে দুয়োটা Cancel হৈ যাব।

কোনে Apply কৰিব পাৰিব? যোগ্যতা কি?

১. শিক্ষাগত যোগ্যতা:
যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা Graduate হ'ব লাগিব। BA, BSc, BCom - সকলো শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে Apply কৰিব পাৰিব। কিন্তু Final Year ৰ Result ৰৈ থকা সকলে Apply কৰিব নোৱাৰিব।

২. বয়স কিমান লাগিব? (01-01-2027 অনুসৰি)
সাধাৰণতে বয়স হ'ব লাগিব 20 বছৰৰ পৰা 33 বছৰৰ ভিতৰত।
OBC: 3 বছৰ ৰেহাই
SC / ST: 5 বছৰ ৰেহাই

৩. চকুৰ পৰীক্ষা - আটাইতকৈ গুৰুত্বপূৰ্ণ
Station Master ৰ বাবে A-2 Medical লাগিব। চকুৰ Power নোহোৱাকৈ 6/9 হ'ব লাগিব।
LASIK Operation কৰা সকলে এই পদৰ বাবে Apply কৰিব নোৱাৰিব।

দৰমহা কিমান পাব?

Station Master ৰ দৰমহা বহুত ভাল। Basic Pay: 35,400 টকা (Pay Level-6)। DA, HRA, TA সকলো মিলাই হাতত প্ৰতি মাহে প্ৰায় 55,000 ৰ পৰা 60,000 টকা পাবা। লগতে ৰে'লৱেৰ Quarter, চিকিৎসা, Free Train Pass ৰ সুবিধাও পাবা।

পৰীক্ষা কেনেকৈ হ'ব?

Step 1: CBT (Computer Test) - মুঠ 100 নম্বৰ, সময় 120 মিনিট। Maths আৰু Reasoning বেছি আহিব।
Step 2: CBAT (Aptitude Test) - Station Master ৰ বাবে বিশেষ পৰীক্ষা।
Step 3: Document Verification + Medical

Apply কৰিবলৈ Fee কিমান?

  • General / OBC / EWS: 500 টকা
  • SC / ST / মহিলা / EBC: 250 টকা

ভাল খবৰটো হ'ল - পৰীক্ষা দিলে Fee ৰ টকা ঘূৰাই পাই যাবা। General ৰ 400 টকা আৰু SC/ST ৰ সম্পূৰ্ণ 250 টকা Refund হয়।

অসমৰ পৰা কেনেকৈ Apply কৰিব? (Step by Step)

  1. প্ৰথমে rrbapply.gov.in খোলা
  2. CEN 08/2026 - Station Master Select কৰা
  3. RRB Guwahati Select কৰা
  4. নিজৰ নাম, ফটো, চহী Upload কৰা
  5. Fee দি Submit কৰা

Last Date: 25 Nov 2026
Fee দিয়াৰ Last Date: 27 Nov 2026
শেষৰ দিনলৈ ৰৈ নাথাকিবা। শেষৰ ফালে Site Slow হৈ যায়।

মোৰ ফালৰ পৰা এটা পৰামৰ্শ

যদি তুমি Graduate আৰু চকুত কোনো সমস্যা নাই, তেন্তে এই Form খন নিশ্চয় Fill কৰা। কাৰণ ৰে'লৱেত Station Master ৰ চাকৰিৰ দৰে সন্মানীয় আৰু ভাল দৰমহাৰ চাকৰি কমেই ওলায়।

তুমি Apply কৰিলা নে? তলত Comment ত জনোৱা। কিবা সমস্যা হ'লে মোক সুধিবা, মই সহায় কৰিম।

এই খবৰটো বন্ধু-বান্ধৱীক Share কৰি দিয়া, যাতে তেওঁলোকেও সুযোগটো নেহেৰুৱায়।

Share:

PNRD Assam Recruitment 2026 – 1508 Posts, Online Apply ll PNRD Assam Recruitment 2026 – 1508 পদ, অনলাইন আবেদন কৰক

 

PNRD Recruitment 2026

আয়ুক্ত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসমৰ MGNREGA আৰু PMAY-G/ বিত্ত আয়োগৰ দৰে প্ৰ'ৰামৰ বাবে আয়ুক্ত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসমৰ অধীনত চুক্তিবদ্ধ ভিত্তিত ১৫০৮ টা খালী পদ নিযুক্তিৰ বাবে নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে।



PNRD Assam Recruitment Details

১/ স্বীকৃতিপ্ৰাপ্ত অভিযন্তা

পদৰ সংখ্যাঃ ২৯১টা পদ, এম জি এনৰেগাৰ অধীনত

মাহিলী পাৰিতোষিক: ₹18,000/-

বয়সৰ সীমা: ১৮ৰ পৰা ৪০ বছৰ

শিক্ষাগত অৰ্হতাঃ চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা আৰু কম্পিউটাৰ এপ্লিকেচনত ডিপ্লমা। প্ৰাৰ্থীসকলে মোবাইল এপ্লিকেচনত ভালদৰে পৰিচিত হ’ব লাগে।

২/ গ্ৰাম ৰজগাৰ সহায়ক

পদৰ সংখ্যাঃ ৪৬৪টা পদ, এম জি এনৰেগাৰ অধীনত মাহিলী পাৰিতোষিক: ₹15,000/-

বয়সৰ সীমা: ১৮ৰ পৰা ৪০ বছৰ

শিক্ষাগত অৰ্হতা:

# স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা যিকোনো শাখাত নূন্যতম ৫০% নম্বৰ লাভ কৰি স্নাতক হ'ব লাগিব। DEC/UGC/AICTE দ্বাৰা অনুমোদিত দূৰ শিক্ষা (ডিগ্ৰী) বৈধ

# নূন্যতম ৬ মাহৰ সময়সীমাৰে কম্পিউটাৰ এপ্লিকেচনত ডিপ্লমা থাকিব লাগিব।

# প্ৰাৰ্থী মোবাইল এপ্লিকেচনত সুপৰিচিত হব লাগিব।

৩/ কম্পিউটাৰ সহায়ক

পদৰ সংখ্যাঃ ২৯১টা পদ, এম জি এনৰেগাৰ অধীনত

মাহিলী পাৰিতোষিক: ₹15,000/-

বয়সৰ সীমা: ১৮ৰ পৰা ৪০ বছৰ

শিক্ষাগত অৰ্হতা:

# স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা যিকোনো শাখাত নূন্যতম ৫০% নম্বৰ লাভ কৰি স্নাতক হ'ব লাগিব। DEC/UGC/AICTE দ্বাৰা অনুমোদিত দূৰ শিক্ষা (ডিগ্ৰী) বৈধ

# নূন্যতম ৬ মাহৰ সময়সীমাৰে কম্পিউটাৰ এপ্লিকেচনত ডিপ্লমা থাকিব লাগিব।

# প্ৰাৰ্থী মোবাইল এপ্লিকেচনত সুপৰিচিত হব লাগিব।

৪/ গ্ৰাম পঞ্চায়তৰ সমন্বয়ক 

পদৰ সংখ্যা: ৪৬২, পিএমএৱাই-জি/ বিত্ত আয়োগ

মাহিলী পাৰিতোষিক: ₹15,000/-

বয়সৰ সীমা: ১৮ৰ পৰা ৪০ বছৰ

শিক্ষাগত অৰ্হতা:

# স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা যিকোনো শাখাত নূন্যতম ৫০% নম্বৰ লাভ কৰি স্নাতক হ'ব লাগিব। DEC/UGC/AICTE দ্বাৰা অনুমোদিত দূৰ শিক্ষা (ডিগ্ৰী) বৈধ

# নূন্যতম ৬ মাহৰ সময়সীমাৰে কম্পিউটাৰ এপ্লিকেচনত ডিপ্লমা থাকিব লাগিব।

# প্ৰাৰ্থী মোবাইল এপ্লিকেচনত সুপৰিচিত হব লাগিব।

Other Criteria of PNRD Recruitment

বয়সৰ শিথিলতা: শ্ৰেণী অনুসৰি বয়সৰ শিথিলতা তলত উল্লেখ কৰা ধৰণে।

# অনুসূচিত জাতি: ৫ বছৰ
# OBC: ৩ বছৰ
# PwBD/ UR: ১০ বছৰ
 
নাগৰিকত্বঃ প্ৰাৰ্থী ভাৰতৰ সংবিধানৰ ৫ৰ পৰা ৯ নং অনুচ্ছেদৰ অধীনত সংজ্ঞায়িত ভাৰতৰ নাগৰিক হ’ব লাগিব।
 
আবেদন মাচুল: ওপৰত উল্লেখ কৰা চুক্তিবদ্ধ পদত আবেদন কৰাৰ বাবে কোনো আবেদন মাচুল নাই।

How to Apply for PNRD Recruitment ?

ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে এই খালী পদসমূহৰ বাবে অফিচিয়েল পিএনআৰডি নিযুক্তি পৰ্টেলত গৈ অনলাইন আবেদন কৰিব পাৰিব। প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিবলৈ তলত উল্লেখ কৰা পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে।

# তললৈ স্ক্ৰল কৰক, গুৰুত্বপূৰ্ণ ৱেব-লিংকসমূহ অংশলৈ যাওক।

# "Online Application Form" ত ক্লিক কৰক আৰু "New Registration" ক্লিক কৰি পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

# পৰৱৰ্তী পৰ্যায়ত "Online Application Form" Link ত ক্লিক কৰি Login কৰক। 
 
# আপোনাৰ সকলো ব্যক্তিগত আৰু শৈক্ষিক তথ্য পূৰণ কৰি প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰক।

# শেষত প্ৰ-পত্ৰ জমা দিব।

# আবেদন পত্ৰৰ প্ৰিন্ট আউট ল'বলৈ নাপাহৰিব ৷

Documents to be Uploaded

তলত দিয়া নথিপত্ৰসমূহৰ স্কেন কৰা কপি অনলাইন এপ্লিকেচন পৰ্টেলত আপলোড কৰিব লাগিব।

১/ বয়সৰ প্ৰমাণৰ বাবে, জন্মৰ প্ৰমাণ পত্ৰ, স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ড/পৰিষদৰ দ্বাৰা প্ৰদান কৰা এইচ এছ এল চি প্ৰমাণপত্ৰ/এডমিট কাৰ্ড।
২) আইডি প্ৰুফ (পান কাৰ্ড, ভোটাৰ আইডি, ড্ৰাইভিং লাইচেন্স ইত্যাদি)
৩/ প্ৰযোজ্য গোচৰ অনুসৰি অৰ্হতা পৰীক্ষাৰ প্ৰমাণ পত্ৰ।
৪/ শেহতীয়া পাছপৰ্টৰ আকাৰৰ ফটো।
৫/ প্ৰাৰ্থীৰ স্বাক্ষৰৰ স্কেন কৰা কপি।
৬) এনে শ্ৰেণীৰ বাবে আবেদন কৰিলে উপযুক্ত কৰ্তৃপক্ষৰ পৰা জাতিগত প্ৰমাণ পত্ৰ।
৭) ওপৰত স্কেন কৰা নথিপত্ৰৰ আকাৰ ৩০০ কেবি হব ​​লাগে।
৮) আবেদন পত্ৰ সঠিকভাৱে পূৰণ কৰিবলৈ সকলো শৈক্ষিক/অভিজ্ঞতা/ব্যক্তিগত তথ্য সাজু কৰি ৰাখিব।
৯) এনে শ্ৰেণীৰ বাবে আবেদন কৰিলে উপযুক্ত কৰ্তৃপক্ষৰ পৰা অক্ষমতাৰ প্ৰমাণ পত্ৰ।

Important Dates of PNRD Assam Vacancy 2026

# অনলাইন আবেদন দাখিলৰ আৰম্ভণিৰ তাৰিখঃ ২০২৬ চনৰ ২২ ফেব্ৰুৱাৰী, পুৱা ৯ বজাত
# অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখঃ ২২ মাৰ্চ ২০২৬, নিশা ১১.৫৯ বজাত

Important Web-Links of PNRD Assam Vacancy

অনলাইন আবেদন প্ৰ-পত্ৰ
Click Here
পৰামৰ্শ দিয়া কিতাপ
Click Here
WhatsApp চেনেলত যোগদান কৰক
Click Here
বিজ্ঞাপনৰ বিৱৰণ
Click Here
অফিচিয়েল ৱেবছাইট
Click Here

Selection Process

যিসকল পৰীক্ষাৰ্থীৰ আৱেদন গ্ৰহণ কৰা হ’ব তেওঁলোকে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব যিটো ৰাজ্যৰ বিভিন্ন নিৰ্বাচিত কেন্দ্ৰত অনুষ্ঠিত হ’ব। উপায়ুক্ত, পি এণ্ড আৰ ডিয়ে লিখিত পৰীক্ষাৰ নামভৰ্তিৰ প্ৰমাণ পত্ৰত কেন্দ্ৰৰ নাম অন্তৰংগ কৰি দিব। 

লিখিত পৰীক্ষা: 
 
দুটা লিখিত পৰীক্ষা হ’ব। 
 
কাগজ -১: গাঁও পঞ্চায়তৰ সমন্বয়ক/কম্পিউটাৰ সহায়ক/ গ্ৰাম ৰোজগাৰ সহায়কৰ পদৰ বাবে।
কাগজ -২: স্বীকৃতিপ্ৰাপ্ত অভিযন্তাৰ পদৰ বাবে। 
টোকা:  
  
১) কোনো পৰীক্ষাৰ্থীয়ে পেপাৰ-১ আৰু পেপাৰ-২ৰ লিখিত পৰীক্ষাৰ বাবে পৃথকে পৃথকে আবেদন কৰিব পাৰে, যদিহে তেওঁ যোগ্যতাৰ মাপকাঠী পূৰণ কৰিব লাগে।
২) পৰীক্ষাৰ্থীয়ে পেপাৰ-১ পৰীক্ষাৰ অধীনত নিৰ্বাচনৰ বাবে গাঁও পঞ্চায়ত সমন্বয়ক, কম্পিউটাৰ সহায়ক, বা গ্ৰাম ৰোজগাৰ সহায়ক পদৰ বাবে নিজৰ পছন্দ দাখিল কৰিব লাগিব।

পৰীক্ষা কেন্দ্ৰঃ স্থায়ী ঠিকনা অনুসৰি পৰীক্ষা কেন্দ্ৰক পৰীক্ষা পৰিচালনা কৰ্তৃপক্ষ প্ৰদান কৰা হ’ব।
 
সৰ্বোচ্চ নম্বৰঃ লিখিত পৰীক্ষা ৭৫ নম্বৰৰ হ’ব আৰু সম্পূৰ্ণ অ’এমআৰ ভিত্তিক হ’ব। ৭৫টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্ন ১(এক) নম্বৰৰ হ’ব। 

ঋণাত্মক চিহ্নিতকৰণ: ভুল উত্তৰৰ লগতে প্ৰশ্নৰ এটাতকৈ অধিক বিকল্প বাছনি কৰাৰ বাবে ঋণাত্মক নম্বৰ দিয়া হয়, প্ৰতিটো প্ৰশ্নত ১ নম্বৰকৈ ০.২৫ নম্বৰ আৰু প্ৰতিটো প্ৰশ্নত ২ নম্বৰকৈ ০.৫ নম্বৰ দিয়া হয়।

পাঠ্যক্ৰম: প্ৰশ্নবোৰ তলত উল্লেখ কৰা ধৰণে পাঁচটা ভাগত স্থাপন কৰা হ’ব: 
 
(ঝ) ডমেইন জ্ঞান 
(ii) কম্পিউটাৰ দক্ষতা 
(iii) যুক্তিসংগত যুক্তি, যোগ্যতা, বুজাবুজি 
(iv) অসম আৰু ভাৰতৰ ইতিহাস আৰু সংস্কৃতি আৰু... 
(v) সাধাৰণ জ্ঞান। 
 
স্বীকৃতিপ্ৰাপ্ত অভিযন্তা পদৰ বাবে অৰ্হতা অনুসৰি কাৰিকৰী জ্ঞান সম্পৰ্কীয় প্ৰশ্ন থাকিব। প্ৰাৰ্থীসকলে অ’এমআৰ ভিত্তিক উত্তৰবহীৰ উত্তৰ দিবলৈ ক’লা বল কলম ব্যৱহাৰ কৰিব। পৰীক্ষাৰ সময়সীমা হ’ব ২(দুই) ঘন্টা।

ভিভাঃ লিখিত পৰীক্ষাত যোগ্যতা অৰ্জন কৰা পৰীক্ষাৰ্থীৰ বাবে ২৫ নম্বৰৰ ভিভা থাকিব।

Share:



Copyright © MKB Support | Powered by MKB Support