BTC Teacher Recruitment 2026 - 852 টা পদত Apply আৰম্ভ
নমস্কাৰ বন্ধুসকল, মই MKB Support ৰ পৰা। BTC অৰ্থাৎ Bodoland Territorial Council ৰ পৰা 852 টা Teacher ৰ পদত নিযুক্তি ওলাইছে। যিসকলে B.Ed কৰি Teacher হ'ব বিচাৰি আছে, তেওঁলোকৰ বাবে এইটো ডাঙৰ সুযোগ।
📌 BTC Teacher 2026 - এক নজৰত
| বিষয় | তথ্য |
| বিভাগ | Directorate of Education, BTC, Kokrajhar |
| পদৰ নাম | Graduate Teacher (GT) / Post Graduate Teacher (PGT) |
| মুঠ পদ | 852 টা |
| Apply Site | BTC Official Website |
| Last Date | 19 Nov 2026 |
কোনে Apply কৰিব পাৰিব?
1. Graduate Teacher (GT):
যিকোনো শাখাত Graduate + B.Ed থাকিব লাগিব। লগতে TET পাছ কৰা হ'লে ভাল।
2. Post Graduate Teacher (PGT):
Related Subject ত Post Graduate + B.Ed থাকিব লাগিব।
বয়স কিমান লাগিব?
সাধাৰণতে 18 ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। SC/ST/OBC ৰ বাবে চৰকাৰী নিয়ম অনুসৰি ৰেহাই পাব।
দৰমহা কিমান পাব?
BTC Teacher ৰ দৰমহা অসম চৰকাৰৰ নিয়ম অনুসৰি হ'ব। GT ৰ বাবে প্ৰায় 35,000 - 45,000 টকা আৰু PGT ৰ বাবে 40,000 - 55,000 টকা প্ৰতি মাহে পাব।
কেনেকৈ Apply কৰিব?
- BTC ৰ Official Website খোলা
- Recruitment Section ত BTC Teacher 2026 Select কৰা
- GT বা PGT Select কৰি Form Fill কৰা
- Documents Upload কৰি Submit কৰা
Last Date: 19 Nov 2026 - শেষৰ দিনলৈ ৰৈ নাথাকিবা।
মোৰ পৰামৰ্শ
যদি তোমাৰ B.Ed আছে, তেন্তে এই Form খন নিশ্চয় Fill কৰা। BTC ত 852 টা পদ একেলগে কমেই ওলায়। এই সুযোগ হেৰুৱাই নেপেলাবা।
এই খবৰটো বন্ধুক Share কৰি দিয়া। কিবা সমস্যা হ'লে Comment ত সুধিবা।

0 Comments:
Post a Comment