PM Awas Yojana Assam New List 2026 - তোমাৰ নাম আছে নে?
নমস্কাৰ বন্ধুসকল, মই MKB Support ৰ পৰা। PM Awas Yojana ৰ নতুন List ওলাইছে। যিসকলে ঘৰৰ বাবে Apply কৰিছিল, তেওঁলোকৰ নাম আহিছে নে নাই আজি মই চেক কৰাৰ নিয়মটো কৈ দিম।
📌 PM Awas Yojana 2026 - এক নজৰত
| বিষয় | তথ্য |
| আঁচনি | Pradhan Mantri Awas Yojana - Gramin |
| সহায় | 1,30,000 টকা |
| কিস্তি | 3 টা কিস্তিত পাব |
| চেক কৰা Site | pmayg.nic.in |
নাম কেনেকৈ চেক কৰিব? (2 মিনিটত)
- প্ৰথমে pmayg.nic.in খোলা
- Stakeholders > IAY / PMAYG Beneficiary ত Click কৰা
- তোমাৰ Registration Number দিয়া। যদি Number নাই, তেন্তে Name ৰে Search কৰা
- তোমাৰ জিলা, ব্লক, গাঁও Select কৰিলেই List ওলাই যাব
যদি তোমাৰ নাম List ত আছে, তেন্তে তোমাৰ ঘৰৰ টকা আহিবলৈ Ready।
টকা কেনেকৈ পাব? কিস্তি কিমান?
- 1st কিস্তি: 32,500 টকা - ঘৰৰ কাম আৰম্ভ কৰিবলৈ
- 2nd কিস্তি: 78,000 টকা - দেৱাল উঠাৰ পিছত
- 3rd কিস্তি: 19,500 টকা - ঘৰ সম্পূৰ্ণ হোৱাৰ পিছত
লগতে শৌচালয়ৰ বাবে 12,000 টকা অতিৰিক্তভাৱে পাবা।
নাম নাহিলে কি কৰিব?
যদি তোমাৰ নাম নাহিলে, তেন্তে 2 টা কাৰণ হ'ব পাৰে -
1. তোমাৰ Geo-Tagging হোৱা নাই
2. তোমাৰ Documents ত ভুল আছে
তেতিয়া Gaon Panchayat / Block Office ত গৈ খবৰ লোৱা।
নতুন Apply কেতিয়া?
এতিয়া নতুন Apply ৰ বাবে Awas Plus Survey চলি আছে। Survey ত নাম নথকা সকলে Panchayat ত গৈ নাম লিখাব পাৰিব।
তোমাৰ নাম List ত আহিল নে? তলত Comment ত জিলাৰ নাম লিখি জনোৱা। এই খবৰটো গাঁৱৰ সকলোকে Share কৰি দিয়া।
