1➤ Which city was built by Emperor Shahjahan? (কোনখন চহৰ সম্রাট ছাহজাহানে নির্মাণ কৰিছিল ?)
2➤ Who was the first Governor General of British territories in India? (ভাৰতম্ভ ব্রিটিছ সাম্রাজ্যৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?)।
3➤ In Indian history, which period is regarded as the age of “Hindu Renaissance"? (ভাৰত বুৰঞ্জীত কোনটো যুগক “হিন্দু নৱজাগৰণ” (ৰেনেছাঁ) বুলি কোৱা। হয়?)
4➤ At what age did Akbar ascend the throne? (কিমান বছৰ বয়সত আকবৰে সিংহাসনত আৰহণ কৰিছিল ?)।
5➤ When did Vasco-da-Gama discover the sea-route to India? (ভাস্কো-ডা-গামাই ভাৰতলৈ অহা সামুদ্রিক পথ কেতিয়া আৱিষ্কাৰ কৰিছিল ?)
6➤ The Quit India resolution was passed by the Congress leaders on_____ . (কংগ্ৰেছ নেতাসকলে ভাৰত ত্যাগ প্রস্তাৱ --_ত গৃহীত কৰিছিল।)
ⓑ August 8, 1942 (১৯৪২ চনৰ ৮ আগষ্ট)
ⓒ October 2, 1942 (১৯৪২ চনৰ ২ অক্টোবৰ)
ⓓ November 14, 1942 (১৯৪২ চনৰ ১৪ নৱেম্বৰ)
7➤ Where was the first sermon of Buddha delivered? (বুদ্ধই প্রথমবাৰৰ বাবে কত ধর্মোপদেশ দিছিল?)
8➤ Name the last Mughal Emperor to sit on the Peacock Throne. (ময়ুৰ সিংহাসনত বহা শেষ মােগল সম্রাটজনৰ নাম কি?)
9➤ During whose reign did Kalidas live? (কালিদাস কোন শাসকৰ সময়ৰ আছিল ?)
10➤ The Vernacular Press Act was passed in - (ভানেকুলাৰ প্ৰেচ আইন-- চনত প্ৰৱৰ্তন কৰা হৈছিল।)
11➤ Which battle laid the foundation of the Mughal rule in India?(কোনখন যুদ্ধৰ পাছত ভাৰতত মােগল সাম্রাজ্যৰ ভেটি প্রতিষ্ঠা হৈছিল?)
12➤ When did the Aryans come to India? (আর্যসকল ভাৰতলৈ কেতিয়া আহিছিল ?)।
13➤ Who was the founder of the Magadha Empire? (মগধ সাম্রাজ্য প্রতিষ্ঠাতা কোন আছিল ?)
14➤ When did Alexander invade India and also name the place to which he belonged? (আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন ঠাইৰ পৰা আহিছিল ?)
15➤ Who is recognised as the greatest Mauryan king? (মহান মৌর্য সম্রাট হিচাপে কাক জনা যায় ?)
16➤ Which king of ancient India is considered as the first Historical Emperor of India? (প্রাচীন ভাৰতৰ কোনজন ৰজাক ভাৰতৰ প্রথম ঐতিহাসিক সম্রাট হিচাপে জনা যায়?)
17➤ Name the founder of the Mauryan Empire. (মৌর্য সাম্রাজ্যৰ প্ৰতিষ্ঠাপকজনৰ নাম কি?)
18➤ Name the Gupta king who is famous for his conquesto military expeditions. (গুপ্তবংশৰ কোনজন ৰজা তেওঁৰ বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল?)।
19➤ Who is also known as the “Napoleon of India”? (কাক “ভাৰতৰ নেপােলিয়ন” হিচাপেও জনা যায়?)
20➤ Which period in the Indian history is known as the “Golden Age”? (ভাৰত বুৰঞ্জীৰ কোনটো যুগক “সােণালী যুগ” হিচাপে জনা যায় ?).
21➤ Name the famous mathematician of the Gupta Age. (গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি?)
22➤ At what age did king Harshavardhana ascend the throne? (কিমান বছৰ বয়সত ৰজা হর্ষবর্ধনে সিংহাসনত আৰােহণ কৰিছিল ?)
23➤ Which famous traveller visited India during Harshavardi? (হর্ষবর্ধনৰ শাসনকালত, কোনজন বিখ্যাত পর্যটক ভাৰত ভ্রমণলৈ আহিছল ?)
24➤ Name the founder of the Pala Dynasty. (পাল বংশৰ প্রতিষ্ঠাতা কোন আছিল?)
25➤ During the reign of which dynasty, was the first gold coin introduced in India? (কোন বংশৰ শাসনকালত ভাৰতত প্রথমবাৰৰ বাবে সােণৰ মুদ্ৰাৰ প্ৰচলন হয়?)
26➤ Clive laid the foundation of the British Empire by winning the battle of ...... (ক্লাইভে _যুদ্ধ জয় কৰি ইংৰাজ সাম্রাজ্যৰ ভেটি প্রতিষ্ঠা কৰিছিল।)।
27➤ How many Indian languages share the Devanagiri script? (কিমানটা ভাৰতীয় ভাষাত দেৱনাগৰী লিপি ব্যৱহাৰ হয়?)।
28➤ When was the Second Battle of Tarain fought? (তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল ?)
29➤ Where in India did the Sultans of the Slave Dynasty set up their capital? (ভাৰতৰ দাস বংশৰ চুলতানে তেওঁলােকৰ ৰাজধানী ক’ত স্থাপন কৰিছিল ?)
30➤ Whom did Razia Sultana succeed? (ৰেজিয়া চুলতানা কাৰ উত্তৰাধিকাৰী আছিল?)
31➤ Name the first Sultan of Khilji Dynasty.( খিঞ্জী বংশৰ প্রথম চুলতানজনৰ নাম কি আছিল?)
32➤ Who can be said to be the first-Afghan Sultan of Delhi? (দিল্লীৰ প্রথম আফগান চুলতান বুলি কাক ক'ব পৰা যায়?)
33➤ Which place near Agra is named after Sikandar Lodi? (আগ্রাৰ সমীপৱৰ্তী কোনখন ঠাইৰ নাম চিকন্দৰ লােভীৰ নাম অনুসৰি ৰখা হৈছে?)
34➤ When did Amir Timur invade Delhi? (আমিৰ টাইমূৰে কেতিয়া দিল্লী আক্রমণ কৰিছিল?)
35➤ When was the First Battle of Panipat fought? (পানিপথৰ প্রথম যুদ্ধ কোন চনত হৈছিল?)
36➤ The Congress Resolution was passed during the period of (কংগ্ৰেছৰ প্ৰস্তাৱ — —ৰ সময়ত গৃহীত হৈছিল।)
37➤ Name the Rajput king, who offered his daughter to Akbar in marriage. (নিজৰ কন্যাক আকবৰলৈ বিয়া দিয়া ৰাজপুত ৰজাজনৰ নাম কি আছিল ?)
38➤ The Panchsheel Principles' were jointly initiated 1707" India, China and .......... ('পঞ্চশীল নীতি’ ১৯৫৪ চনত সংযুক্তভাৱে ভাৰত, চীন আৰু দ্বাৰা আৰম্ভ হয়।)
39➤ Which great scholar wrote Aien-e-Akbari? (কোনজন মহান বিদ্বানে আইন-ই-আকবৰী’ লিখিছিল ?)
40➤ What was the original name of Noorjahan ? (নুৰজাহানৰ প্রকৃত নাম কি আছিল?)
41➤ What is the name of the autobiography written by Jahangir? (জাহাংগীৰৰ দ্বাৰা লিখিত আত্মজীৱনীখনৰ নাম কি আছিল ?)।
42➤ When did Shahjahan transfer his capital from Agra to Delhi? (ছাহজাহানে কেতিয়া তেওঁৰ ৰাজধানী আগ্রাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল ?)


0 Comments:
Post a Comment