➤ 1. ‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি ?
➤ 2. কুৰুক্ষেত্র যুদ্ধত অংশ গ্ৰহণ কৰা প্রাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ?
➤ 3. কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ প্রতিষ্ঠাতা কোন ?
➤ 4. পুৰণি কামৰূপৰ চাৰিভাগ –
➤ 5. আহোমসকলৰ ভাষাত অসমৰ নাম –
➤ 6. আহোমসকল অসমলৈ আহিছিল –
➤ 7. আহোমৰ প্ৰথম ৰাজধানী –
➤ 8. আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল –
➤ 9. আহোমৰ শেষ ৰজাজন –
➤ 10. পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন –
➤ 11. আহোম প্ৰথমতে হোৱা বিবাহ –
➤ 12. ল’ৰাৰজাৰ প্ৰকৃত নাম –
➤ 13. সতী জয়মতী –
➤ 14. বৰ্মণ বংশৰ শ্রেষ্ঠ ৰজাজন কোন আছিল ?
➤ 15. যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল ?
➤ 16. কিমান চনত ভাস্কৰ বৰ্মণ প্রাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ?
➤ 17. ‘নাগশংকৰ দেৱালয়’ কোনে সজাইছিল•
➤ 18. ‘শালস্তম্ভ বংশ’ৰ প্ৰথম ৰজাজন কোন আছিল ?
➤ 19. শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান খ্রীষ্টাব্দত ?
➤ 20. ‘শালস্তম্ভ বংশ’ৰ অন্তিম ৰজাজনৰ নাম কি আছিল ?
➤ 21. শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতিক কোন দেশৰ ৰজালৈ বিয়া দিছিল ?
➤ 22. পালবংশৰ অন্ত পৰে কিমান চনত ?
➤ 23. পাল বংশৰ প্রথম ৰজাজনৰ নাম কি আছিল ?
➤ 24. পাল বংশৰ আৰম্ভণি হয় কিমান চনত ?
➤ 25. মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল ?
➤ 26. অসমত আহোম ৰাজ্যৰ প্রতিষ্ঠাতা কোন ?
➤ 27. চুকাফা ব্রহ্মদেশৰ কোনখন প্রদেশৰ পৰা অসমলৈ আহিছিল ?
➤ 28. ‘মুনডুং চুনখাম’ মানে কি ?
➤ 29. জয়ন্তীয়া ৰজা যশোবৰ্মণ কোনজন আহোম ৰজাৰ সমসাময়িক আছিল ?
➤ 30. আহোম ৰাজ্যত পোন প্রথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ ?
➤ 31. কোনজন আহোম ৰজাক ‘বামুণী কোঁৱৰ’ বুলি কোৱা হয় ?
➤ 32. অসমৰ কোনজন ৰজাই ‘চাৰগুৱা’লৈ অসমৰ ৰাজধানী তুলি নিয়ে ?
➤ 33. কোনজন আহোম ৰজাই ‘স্বৰ্গনাৰায়ণ’ নাম লৈছিল ?
➤ 34. ‘দিহিঙিয়া ৰজা’ বুলি কাক কোৱা হয় ?
➤ 35. কোনজন আহোম ৰজাই অসমত প্রথম লোকপিয়ল কৰে ?
➤ 36. কোনজন আহোম ৰজাক ‘গড়গয়া ৰজা’ বুলি কোৱা হয় ?
➤ 37. আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল –
➤ 38. অসমৰ ‘মৰিয়া’ সকল কি ব্যৱসায়ৰ লগত জড়িত ?
➤ 39. প্রথম আহোম ‘বৰবৰুৱা’ কোন আছিল ?
➤ 40. অসম বুৰঞ্জীত ‘বৰফুকন’ পদৰ সৃষ্টি কোনে কৰে ?
➤ 41. অসমৰ কোনজন ৰজাক ‘কুঁজা ৰজা’ বুলি কোৱা কোৱা হয় ?
➤ 42. কোনজন আহোম ৰজাৰ ‘ছত্ৰভঙ্গ যোগ’ হোৱা বুলি দৈবজ্ঞসকলে কৈছিল ?
➤ 43. বৰৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কোঁৱৰী আছিল ?
➤ 44. প্রথম আহোম ‘বৰৰজা’ কোন আছিল ?
➤ 45. অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় ‘বৰৰজা’ উপাধি দিয়া হয় ?
➤ 46. ‘হস্তী বিদ্যাৰ্ণৱ’ পুথি কোনে ৰচনা কৰে ?
➤ 47. কোনজন আহোম ৰজাৰ দিনত ‘লতাকটা ৰণ’ হয় ?
➤ 48. মণিপুৰৰ ৰাজকন্যা কুৰঙ্গনয়নীক কোনজন আহোম ৰজাই বিয়া কৰাইছিল ?
➤ 49. মণিৰাম দেৱানৰ ফাঁচি –
➤ 50. ইংৰাজে বন্দী কৰা আহোম ৰজাজন –
➤ 51. অসমৰ আটাইতকৈ ওখ মন্দিৰটো –
➤ 52. অসমলৈ মানসেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন –
➤ 53. চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন –
➤ 54. ১৯৪২ চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী –
➤ 55. ১৯৪২ চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন –
➤ 56. ১৯৪২ চনৰ আন্দোলনত বঢ়মপুৰত শ্বহীদ হোৱা মহিলা গৰাকী –
➤ 57. অসমৰ কৃষক বিদ্রোহত ফুলগুৰিৰ সংঘর্ষত ১৮৬১ চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজন –
➤ 58. ফুলগুৰিৰ কৃষক বিদ্রোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা –
➤ 59. দিহিংঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যোৱা অসমীয়াজন –
➤ 60. ৰজাঘৰীয়া দৈৱজ্ঞই কৰা ভৱিষ্যৎবাণী কাৰণে ৰাজপথত নবহা স্বৰ্গদেউজন –
➤ 61. পথৰুঘাটৰ ৰণ হৈছিল –
➤ 62. ‘ৰত্নমালা’ কিতাপখন কোনে ৰচনা কৰে ?
➤ 63. কিমান চনত চুটীয়া ৰাজ্য স্থাপিত হয় ?
➤ 64. কিমান চনত কনকলতা শ্বহীদ হয় ?
➤ 65. কিমান চনত অসমত স্বায়ত্ব শাসন প্রৱৰ্তন কৰা হয় ?
➤ 66. কিমান চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন বহে ?
➤ 67. বিখ্যাত ‘কাৰেং ঘৰ’ কোন জন আহোম ৰজাই নিৰ্মাণ কৰিছিল ?
➤ 68. ১৭৬৯ চনত মোৱামৰীয়া সকলে কাক ৰজা পাতিছিল ?
➤ 69. কোনজন আহোম ৰজাই প্রথম ইংৰাজৰ সহায় বিচাৰিছিল ?
➤ 70. কোনজন আহোম ৰজাৰ দিনত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল ?
➤ 71. কিমান চনত মানসকলে প্রথম আহোম ৰাজ্য আক্ৰমণ কৰে ?
➤ 72. কিমান চনত মানসকলে দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?
➤ 73. কিমান চনত মানসকলে তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?
➤ 74. যোগেশ্বৰ সিংহই কিমান চনত অসমৰ সিংহাসনত উঠে ?
➤ 75. কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে ‘নৱ বৈবষৱ’ ধৰ্ম প্রচাৰ আৰম্ভ কৰে ?
➤ 76. কোনজন আহোম ৰজাক ‘খুৰা ৰজা’ বুলি কোৱা হয় ?
➤ 77. কোনজন আহোম ৰজাই ‘প্রতাপ সিংহ’ উপাধি গ্রহণ কৰে ?
➤ 78. উৰিষ্যৰ জগন্নাথ মন্দিৰ কোনে ধবংস কৰে ?
➤ 79. কোনজন আহোম ৰজাৰ দিনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?
➤ 80. পাটকাই পৰ্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোকে অসমত প্রৱেশ কৰে ?
➤ 81. কোনজন আহোম ৰজাক ‘ল’ৰা ৰজা’ বুলি কোৱা হয় ?
➤ 82. লালুকসোলা বৰফুকনক কোনে হত্যা কৰে ?
➤ 83. স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ আহোম নাম কি আছিল ?
➤ 84. অসম বুৰঞ্জীত কোনজন ৰজাক ‘ভগা ৰজা’ বুলি জনা যায় ?
➤ 85. আহোম ৰজা’ ‘চুৰামলা’ৰ হিন্দু নাম কি ?
➤ 86. কোনজন আহোম ৰজাই ‘বৰবৰুৱা’ পদৰ সৃষ্টি কৰে ?
➤ 87. ৰুদ্ৰ সিংহই কিমান চনত অসমৰ সিংহাসনত বহে ?
➤ 88. কিমান চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰে ?
➤ 89. কিমান চনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?
➤ 90. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত ?
➤ 91. স্বাধীন অসমৰ প্রথম মুখ্যমন্ত্ৰী কোন আছিল ?
➤ 92. অসমৰ প্রথম চাহ খেতিয়ক কোন আছিল ?
➤ 93. অসমৰ পৰা প্রথম কোনে ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰে ?
➤ 94. কোচৰজা মল্লদেৱে কি নাম গ্ৰহণ কৰিছিল ?
➤ 95. অসমৰ কাক ‘লোকপ্রিয়’ বুলি কোৱা হয় ?
➤ 96. শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল ?
➤ 97. হিউৱেনচাং অসমলৈ অহা সময়ত কামৰূপৰ ৰজা কোন আছিল ?
➤ 98. কিমান চনত মহাত্মা গান্ধী অসমলৈ আহে ?
➤ 99. অসম সাহিত্য সভাৰ প্রথম অধিবেশন কিমান চনত বহে ?
➤ 100. বাণ ৰজাৰ কন্যা –
➤ 101. কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথম নিৰ্মাণ কৰে –
➤ 102. কোচ বংশৰ শ্ৰেষ্ঠ ৰজা –
➤ 103. নৰনাৰায়ণৰ সেনাপতি –
➤ 104. ইয়াণ্ডাবু সন্ধি –
➤ 105. অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ –
➤ 106. ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম –
➤ 107. আহোম ৰজা জয়ধ্বজ সিংহই নিজ কন্যাক মোগল দৰবাৰলৈ পঠিওৱা সন্ধিটো –
➤ 108. আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ –
➤ 109. মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল –
➤ 110. মানৰ প্ৰথম আক্ৰমণ –
➤ 111. মহাত্মা গান্ধী অসমলৈ আহে –
➤ 112. অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি –
➤ 113. ১৯৪২ চনৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়াজন –
➤ 114. অসমত ‘দাস প্ৰথা’ বিলোপ হয় –
➤ 115. কিমান চনত ইংৰাজসকলে পিয়লী ফুকনক ফাঁচী দিয়ে ?
➤ 116. কিমান চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্রৱৰ্তন হয় ?
➤ 117. কিমান চনত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম হয় ?
➤ 118. কিমান চনত মনিৰাম দেৱানক ফাঁচী দিয়া হয় ?
➤ 119. কিমান চনত কোচ ৰাজবংশ প্রতিষ্ঠা হয় ?
➤ 120. কোন চনত ‘অসম চুক্তি’ স্বাক্ষৰিত হৈছিল ?
➤ 121. অসমৰ ৰাজধানী কেতিয়া শ্বিলংৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয় ?
➤ 122. কোন চনত অসম আন্দোলন আৰম্ভ হৈছিল ?
➤ 123. অসমত কেতিয়া ভাষা আন্দোলন আৰম্ভ হৈছিল ?
➤ 124. কেতিয়া মোগলসকলে কোচ ৰাজ্য আক্ৰমণ কৰিছিল ?
➤ 125. কেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ?
➤ 126. কেতিয়া চিলাৰায়ৰ মৃত্যু হৈছিল ?
➤ 127. অসমত কেতিয়া পঞ্চায়তীৰাজ আৰম্ভ হয় ?
➤ 128. অসম মন্ত্ৰী পৰিষদৰ সদস্যপদ লাভ কৰা প্রথম গৰাকী মহিলা কোন আছিল ?
➤ 129. স্বাধীন অসমৰ বিধান সভাৰ প্রথম অধ্যক্ষ কোন আছিল ?
➤ 130. অসমৰ প্রথম বৃটিচ চীফ কমিচনাৰজন কোন আছিল ?
➤ 131. কোন চনত বৃটিছ চৰকাৰে অসমত অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ কৰিছিল ?
➤ 132. ‘আভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হৈছিল ?
➤ 132. ‘তোমালোকে মোক হত্যা কৰিব পাৰা কিন্তু মোৰ স্বাধীনতাৰ স্পৃহাক হত্যা কৰিব নোৱাৰিবা।’ – কথাষাৰ কোনে কৈছিল ?
➤ 134. অসম আৰু তিৰ্বতৰ মাজৰ বাণিজ্যিক পথ কোনে মুকলি কৰিছিল ?
➤ 135. ব্রহ্মপুত্ৰ নদীক কোন তিনিটা নদীৰ সংগম স্থল বুলি কোৱা হয় ?
➤ 136. মোগলসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল ?
➤ 137. অসম ‘ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল ?
➤ 138. শ্ৰীশংকৰদেৱ আৰু মাধৱদেৱৰ ক’ত ‘মণিকাঞ্চণ’ সংযোগ হৈছিল বুলি কোৱা হয় ?
➤ 139. ১৯০৫ চনত গোলাঘাটৰ সৰু পথাৰত জন্ম গ্ৰহণ কৰা আৰু ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা অসমৰ বিপ্লৱীজন কোন ?
➤ 140. আহোম সাম্ৰাজ্যৰ শেষ স্বৰ্গদেউ কোন ?
➤ 141. হিউৱেনচাং কিমান চনত অসমলৈ আহে ?
➤ 142. কিমান চনত চুকাফাৰ মৃত্যু হয় ?
➤ 143. অসমৰ উচ্চ ন্যায়ালয় কত অৱস্থিত?
➤ 144. অসমৰ প্রথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?
➤ 145. প্রথম অসমীয়া খ্রীষ্টান কোন আছিল ?
➤ 146. কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্রথম অসমীয়া মহিলা কোন আছিল ?
➤ 147. কোন চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেওত স্থাপন কৰা হৈছিল ?
➤ 148. আহোম আৰু মোগলৰ মাজত শেষ ৰণখন কোন চনত হৈছিল ?
➤ 149. অসমত ধ্বংসাত্মক ভূমিকম্পটো কিমান চনত হৈছিল ?
➤ 150. গুৱাহাটীৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল ?
➤ 151. অসমৰ বিখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ?
➤ 152. কিমান চনত অসমত খাৰুৱা তেল আৱিষ্কাৰ হয় ?
➤ 153. অসম বিধান সভাৰ প্রথম অধ্যক্ষ কোন আছিল ?
➤ 154. কিমান চনত অসম বংগৰ পৰা বিভাজিত হৈছিল ?
➤ 155. কিমান চনত মুছলমানসকলে প্রথমবাৰ অসম আক্ৰমণ কৰে ?
➤ 156. ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্রথমজন শ্বহীদ কোন আছিল ?
➤ 157. কোনজন আহোম ৰাজক উত্তৰ-পূৱ ভাৰতৰ ‘শিৱাজী’ বুলি কোৱা হয় ?
➤ 158. কিমান চনত অসমত জল-জাহাজ সেৱা আৰম্ভ হৈছিল ?
➤ 159. অসমত কেতিয়া ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা আৰম্ভ হৈছিল ?
➤ 160. প্রথমবাৰৰ বােব অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ?
➤ 161. কোন চনৰ পৰা অসমত মাটিৰ ‘ম্যাদী পাট্টা’ আৰম্ভ কৰা হৈছিল ?
➤ 162. ‘জয়দৌল’ আৰু ‘জয়সাগৰ পুখুৰী’ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল ?
➤ 163. আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক’ত অৱস্থিত ?
➤ 164. অসমৰ প্ৰাচীনতম নাম –
➤ 165. প্ৰাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখন –
➤ 166. অসমৰ প্ৰাচীনতম শাসকগৰাকী –
➤ 167. প্ৰাগজ্যোতিষৰ পশ্চিম সীমাত –
➤ 168. প্ৰাগজ্যোতিষপুৰৰ দক্ষিণ সীমাত –
➤ 169. প্ৰাচীন কামৰূপ ৰাজ্যৰ চাৰিটা ভাগত বিভক্ত আছিল –
➤ 170. সতী জয়মতীক শাস্তি দিয়া পথাৰখন –
➤ 171. মূলা গাভৰু –
➤ 172. শৰাইঘাটৰ যুদ্ধ হৈছিল –
➤ 173. শৰাইঘাটৰ যুদ্ধৰ দুয়োপক্ষৰ সেনাপতি আছিল –
➤ 174. প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল –
➤ 175. দন্দুৱা বিদ্ৰোহ হৈছিল –
➤ 176. দন্দুৱা বিদ্ৰোহ নেতা –
➤ 177. দন্দুৱা বিদ্ৰোহৰ কাৰণ –
➤ 178. জলমবটা বা নকল আহোম –
➤ 179. ‘চকৰী ফেঁটী’ বুৰঞ্জীৰ ৰচক –
➤ 180. মোগলসকলে অসম আক্ৰমণ কৰিছিল –
➤ 181. মানৰ প্ৰথম অসম আক্ৰমণ হৈছিল –
➤ 182. অসমলৈ মান আনিছিল –
➤ 183. দিহিংগীয়া ৰজাৰ প্ৰকৃত নাম –
➤ 184. খোৰা ৰজা –
➤ 185. ভগনীয়া ৰজা –
➤ 186. বৰ্মন বংশৰ শ্রেষ্ঠ ৰজা –
➤ 187. কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজন –
➤ 188. বাণ ৰজাৰ ৰাজধানী –
Popular Posts
-
Assam Rifles Recruitment 2026 ৰ Full Details - 354 পদ Notification: DG Assam Rifles, Shillong ৰ পৰা Memo No. I.12016/A Branch (Rect Cell)/2...
-
ৰেলৱে নিযুক্তি ব'ৰ্ড। শেষ তাৰিখ: ০৯/০৩/২ ৰেলৱে নিযুক্তি ব’ৰ্ডৰ (আৰ আৰ বি) বিজ্ঞাপন নং CEN 09/2 ৰ বিপৰীতে ৰেলৱে নিযুক্তি ব’ৰ্ডৰ বিভিন্ন ...
-
PNRD Recruitment 2026 আয়ুক্ত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসমৰ MGNREGA আৰু PMAY-G/ বিত্ত আয়োগৰ দৰে প্ৰ'ৰামৰ বাবে আয়ুক্ত, পঞ্চায়ত আৰ...

0 Comments:
Post a Comment