JPEG to PDF Converter - Free Online Tool | MKB Support
আপুনি যদি Photo ৰ পৰা PDF বনাব বিচাৰিছে, তেন্তে আপুনি সঠিক ঠাইত আহিছে। MKB Support ৰ JPEG to PDF Converter ৰ সহায়ত আপুনি কোনো App Download নকৰাকৈ, কোনো টকা নিদিয়াকৈ, মাত্ৰ 10 ছেকেণ্ডত আপোনাৰ Photo ৰ পৰা High Quality PDF বনাব পাৰিব।
এই Tool টো বিশেষকৈ অসমৰ ছাত্ৰ-ছাত্ৰী, চাকৰি বিচৰা যুৱক-যুৱতী, আৰু চৰকাৰী কাম কৰা মানুহৰ বাবে বনোৱা হৈছে। আধাৰ কাৰ্ড, পেন কাৰ্ড, মাৰ্কশ্বিট, চাৰ্টিফিকেট, Passport Photo - সকলোখিনিৰ PDF ইয়াতে বনাব পাৰিব।
✨ এই Tool ৰ বিশেষত্ব কি?
- 100% Free - কোনো টকা নালাগে, কোনো Watermark নাথাকে
- No Login - Email, Password একো নালাগে
- বহু Photo একেলগে - 1 টা নহয়, 10-20 টা Photo একেলগে এটা PDF ত বনাব পাৰিব
- Photo Order সলাব পাৰিব - ↑ ↓ বুটামেৰে Photo ওপৰ-তল কৰিব পাৰিব
- Photo Rotate কৰিব পাৰিব - বেঁকা Photo পোন কৰিব পাৰিব
- Page Size - A4, A5, Letter, Legal - সকলো আছে
- PDF Quality - High, Medium, Low - নিজৰ প্ৰয়োজন মতে বাছক
- 100% Safe - তোমাৰ Photo ক'তো Upload নহয়, সকলো কাম তোমাৰ মোবাইলতে হয়
📱 JPEG to PDF কেনেকৈ বনাব? Step by Step
Step 1: ওপৰত Photo Add কৰক বুটামত Click কৰক। Gallery ৰ পৰা Photo Select কৰক। বহুকেইটা একেলগে Select কৰিব পাৰে।
Step 2: Photo বোৰৰ Order চাওক। যদি Order ভুল হৈছে, ↑ ↓ বুটামেৰে সলাই লওক। বেঁকা Photo থাকিলে ↻ বুটামত Click কৰি পোন কৰক।
Step 3: এতিয়া Page Size বাছক। চৰকাৰী কামৰ বাবে সদায় A4 বাছিব। Orientation ত Portrait ৰাখিব।
Step 4: PDF Quality বাছক। WhatsApp ত পঠাবলৈ Medium Best। Print কৰিবলৈ High বাছিব।
Step 5: PDF বনাওক & Download বুটামত Click কৰক। 2-3 ছেকেণ্ডতে PDF Download হৈ যাব। হৈ গ'ল!
JPEG to PDF ULTRA
Photo টানি আনি পেলাওক - 10 ছেকেণ্ডত PDF Ready
1️⃣ Photo Add কৰক 2️⃣ ↑ ↓ / ↻ ৰে Order / Rotate সলাওক
3️⃣ Page Size, Quality বাছক 4️⃣ PDF বনাওক ত Click কৰক ✅
🔒 Privacy: Photo ক'তো Upload নহয়। সকলো কাম তোমাৰ মোবাইলতে হয়।
💼 এই Tool ক'ত ক'ত কামত আহিব?
1. চাকৰিৰ বাবে Apply কৰোতে: ADRE, Assam Police, Railway, SSC - সকলো চাকৰিত Document PDF ত লাগে। ইয়াতে বনাই লওক।
2. Scholarship / Scooty / Aadhaar কামত: Form ৰ লগত Document PDF দিব লাগে।
3. School / College Admission: Marksheet, Certificate ৰ PDF বনাবলৈ।
4. WhatsApp / Email ত পঠাবলৈ: বহু Photo একেলগে পঠোৱাতকৈ এটা PDF পঠোৱা বহুত সহজ।
5. Passport Photo ৰ PDF: Passport Size Photo ৰ PDF বনাই Print কৰিব পাৰিব।
❓ সঘনাই সোধা প্ৰশ্ন (FAQ)
Q. এই Tool টো সঁচাকৈ Free নে?
হয়, 100% Free। কোনো টকা, কোনো Watermark, কোনো Limit নাই। দিনত যিমান মন যায় সিমানবাৰ ব্যৱহাৰ কৰিব পাৰিব।
Q. মোৰ Photo ক'ৰবাত Save হ'ব নেকি?
নহয়। এইটোৱেই আটাইতকৈ ডাঙৰ কথা। তোমাৰ Photo আমাৰ Server লৈ নাযায়। সকলো কাম তোমাৰ মোবাইলৰ Browser তে হয়। গতিকে 100% Safe।
Q. এটা PDF ত কেইটা Photo দিব পাৰি?
তুমি 20-30 টা Photo ও একেলগে দিব পাৰা। কিন্তু বেছি Photo দিলে PDF ৰ Size ডাঙৰ হ'ব।
Q. PDF ৰ Size কেনেকৈ সৰু কৰিব?
Quality ত Low Select কৰা। PDF ৰ Size বহুত সৰু হৈ যাব। WhatsApp ত পঠাবলৈ সহজ হ'ব।
Q. iPhone ত চলিব নে?
হয়, Android, iPhone, Laptop, Computer - সকলোতে চলিব। কোনো App নালাগে।
🏆 MKB Support কিয় বেলেগ?
Google ত বহুত JPEG to PDF Website আছে, কিন্তু বেছিভাগতে Watermark থাকে, নহ'লে টকা বিচাৰে। www.mkbsupport.in ত আমি অসমীয়া মানুহৰ বাবে সহজ ভাষাত, একেবাৰে Free Tool বনাইছোঁ। আমাৰ লক্ষ্য - অসমৰ প্ৰতিজন মানুহে যাতে মোবাইলৰ পৰাই সকলো কাম কৰিব পাৰে।
এই Tool টো ভাল লাগিলে তোমাৰ বন্ধুক WhatsApp ত Share কৰি দিয়া। তেওঁলোকৰো সহায় হ'ব। আৰু নতুন Tool ৰ বাবে www.mkbsupport.in Bookmark কৰি ৰাখা।
ধন্যবাদ 🙏 Team MKB Support

0 Comments:
Post a Comment