Assam Police Mock Test 2026
20 MCQ | নিজকে পৰীক্ষা কৰা | 20 নম্বৰ
👇 প্ৰথমে নিজে উত্তৰ ভাবা, তাৰ পিছত উত্তৰ চাওক বুটামত Click কৰা 👇
Q1. অসমৰ ৰাজ্যিক গছ কি?
A) নাহৰ
B) হোলং ✅
C) তামোল
D) বাঁহ
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: B) হোলং
Q2. 45 + 55 = ?
A) 90
B) 100
C) 110
D) 95
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: B) 100
Q3. ভাৰতৰ জাতীয় পশু কি?
A) সিংহ
B) বংগৰ বাঘ
C) হাতী
D) গঁড়
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: B) বংগৰ বাঘ
Q4. অসমৰ কোনখন জিলাক চাহৰ চহৰ বুলি কোৱা হয়?
A) যোৰহাট
B) ডিব্ৰুগড়
C) গোলাঘাট
D) শিৱসাগৰ
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: B) ডিব্ৰুগড়
Q5. 200 ৰ 25% কিমান?
A) 25
B) 50
C) 75
D) 100
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: B) 50
Q6. অসমৰ মুখ্যমন্ত্ৰী কোন? (2026)
A) হিমন্ত বিশ্ব শৰ্মা
B) সৰ্বানন্দ সোণোৱাল
C) তৰুণ গগৈ
D) গৌৰৱ গগৈ
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: A) হিমন্ত বিশ্ব শৰ্মা
Q7. 1 দিনত কিমান ঘণ্টা?
A) 12
B) 24
C) 36
D) 48
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: B) 24
Q8. ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি?
A) গোলাপ
B) পদুম
C) সূৰ্য্যমুখী
D) মালতী
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: B) পদুম
Q9. 15 x 3 = ?
A) 35
B) 40
C) 45
D) 50
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: C) 45
Q10. অসমৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলী কোন নদীত?
A) বৰাক
B) ব্ৰহ্মপুত্ৰ
C) মানাহ
D) সোৱণশিৰি
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: B) ব্ৰহ্মপুত্ৰ
Q11. অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
A) 1979
B) 1985
C) 1971
D) 1990
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: A) 1979
Q12. 100 - 35 = ?
A) 55
B) 65
C) 75
D) 45
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: B) 65
Q13. অসমৰ ৰাজ্যিক সংগীত কি?
A) জন গণ মন
B) অ' মোৰ আপোনাৰ দেশ
C) বন্দে মাতৰম
D) জয় আই অসম
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: B) অ' মোৰ আপোনাৰ দেশ
Q14. এটা বৰ্গৰ 4 টা বাহু সমান হ'লে তাক কি বোলে?
A) আয়ত
B) বৰ্গ
C) ত্ৰিভুজ
D) বৃত্ত
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: B) বৰ্গ
Q15. ভূপেন হাজৰিকাৰ জন্ম ক'ত?
A) শদিয়া
B) যোৰহাট
C) গুৱাহাটী
D) তেজপুৰ
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: A) শদিয়া
Q16. 2, 4, 6, 8 - পিছৰ সংখ্যাটো?
A) 9
B) 10
C) 12
D) 11
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: B) 10
Q17. অসমৰ প্ৰথমখন তেল শোধনাগাৰ ক'ত?
A) নুমলীগড়
B) ডিগবৈ
C) গুৱাহাটী
D) বঙাইগাঁও
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: B) ডিগবৈ
Q18. 500 ÷ 5 = ?
A) 50
B) 100
C) 150
D) 200
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: B) 100
Q19. অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
A) 15 আগষ্ট 1985
B) 26 জানুৱাৰী 1950
C) 2 অক্টোবৰ 1985
D) 15 আগষ্ট 1947
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: A) 15 আগষ্ট 1985
Q20. এটা ঘড়ীৰ দাম 1200 টকা, 10% ৰেহাই দিলে কিমান হ'ব?
A) 1080
B) 1100
C) 1000
D) 1200
👉 উত্তৰ চাওক
✅ সঠিক উত্তৰ: A) 1080
তোমাৰ Score কিমান হ'ল?
20 ৰ ভিতৰত কেইটা পাৰিলা? তলত Comment ত লিখা। 15+ পালে তুমি Ready।
আৰু Mock Test পাবলৈ www.mkbsupport.in Follow কৰা।

0 Comments:
Post a Comment