12th পাছ কৰা প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। অনলাইন আবেদন 07 September 2026 ৰ পৰা 07 October 2026 লৈ ssc.gov.in ত চলিব।
SSC CHSL 2026 – Overview
- সংস্থা: Staff Selection Commission (SSC)
- পৰীক্ষাৰ নাম: CHSL (10+2) Examination 2026
- পদৰ নাম: LDC/JSA, DEO, DEO Grade A
- মুঠ পদ: 2536 টা (Tentative)
- যোগ্যতা: 12th Pass
- বয়স: 18 ৰ পৰা 27 বছৰ
- আবেদনৰ মাধ্যম: অনলাইন
গুৰুত্বপূৰ্ণ তাৰিখ সমূহ:
Notification প্ৰকাশ: 07 September 2026
অনলাইন আবেদন আৰম্ভ: 07 September 2026
আবেদনৰ শেষ তাৰিখ: 07 October 2026 (ৰাতি 11 বজালৈ)
মাচুল পৰিশোধৰ শেষ তাৰিখ: 08 October 2026
Form Correction: 14 - 16 October 2026
Tier-I পৰীক্ষা: 30 Nov ৰ পৰা 31 Dec 2026 (সম্ভাব্য)
আবেদন মাচুল
General / OBC / EWS: 100 টকা
SC / ST / মহিলা / PwBD / ESM: কোনো মাচুল নাই
যোগ্যতা
১. বয়সৰ সীমা (01/08/2026 অনুসৰি):
18 বছৰৰ পৰা 27 বছৰ।
সংৰক্ষিত শ্ৰেণীৰ বাবে বয়সৰ ৰেহাই আছে।
২. শিক্ষাগত অৰ্হতা:
LDC / JSA ৰ বাবে: যিকোনো স্বীকৃত ব’ৰ্ডৰ পৰা 12th পাছ।
DEO / DEO Grade A ৰ বাবে: Science শাখাত Mathematics বিষয় সহ 12th পাছ হ’ব লাগিব।
Selection Process
১. Tier-I – Computer Based Test (CBT)
২. Tier-II – CBT + Skill Test / Typing Test
৩. Document Verification
কেনেকৈ আবেদন কৰিব?
প্ৰথমে ssc.gov.in ত গৈ OTR Registration কৰিব লাগিব। তাৰ পিছত Login কৰি CHSL 2026 Apply লিংকত ক্লিক কৰি Form পূৰণ কৰিব। ফটো আৰু চহী আপলোড কৰি Submit কৰিলেই হ’ল।
এইটো 12th পাছৰ বাবে সবাতকৈ ডাঙৰ কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষা, সেয়ে সোনকালে আবেদন কৰক।
Important Links
Apply Online: ssc.gov.in (07 September ৰ পৰা Active হ’ব)
Official Notification PDF: Download
Official Website: ssc.gov.in


0 Comments:
Post a Comment