This website is about Question and Answer for Job, assam career, Vacancy in Assam, assam govt job, bank job, assam tet, assam jobs, government jobs in assam 2021,2022,2023

অসমৰ চৰকাৰী আঁচনি 2025-26 | Assam Scheme

অসমৰ চৰকাৰী আঁচনি 2025-26 | Assam Scheme

অসমৰ ডাঙৰ চৰকাৰী আঁচনি সমূহ | Assam Scheme 2025-26

অসম চৰকাৰৰ সকলো আঁচনি একেলগে জানি লওক

অসম চৰকাৰে মহিলা, ছাত্ৰ-ছাত্ৰী, কৃষক আৰু দুখীয়া পৰিয়ালৰ বাবে বহুতো আঁচনি চলাই আছে। আজি আমি আটাইতকৈ ডাঙৰ আৰু জনপ্ৰিয় ৭ টা আঁচনিৰ বিষয়ে জানিম।

১. অৰুণোদয় আঁচনি (Orunodoi Scheme)

অসমৰ আটাইতকৈ ডাঙৰ আঁচনি। এই আঁচনিৰ অধীনত মহিলাসকলক মাহে ১২৫০ টকা দিয়া হয়। পৰিয়ালৰ মহিলা গৰাকীৰ বেংক একাউণ্টত পোনে পোনে টকা সোমায়। বৰ্তমান ৩৭ লাখতকৈ অধিক মহিলাই এই সুবিধা পাই আছে।

২. মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান

মহিলাসকলক আত্মনিৰ্ভৰশীল কৰিবলৈ এই আঁচনি। প্ৰতিগৰাকী মহিলাক ১০,০০০ টকা প্ৰথম কিস্তিত দিয়া হয়। ইয়াৰে মহিলাসকলে সৰু ব্যৱসায়, গাহৰি পালন, কুকুৰা পালন, হস্তশিল্প আদি আৰম্ভ কৰিব পাৰে।

৩. প্ৰজ্ঞান ভাৰতী আঁচনি - স্কুটি

HS ত First Division পোৱা ছোৱালীক চৰকাৰে ফ্ৰী স্কুটি দিয়ে। ল'ৰাকো ভাল নম্বৰ পালে পুৰস্কাৰ দিয়া হয়। এই আঁচনিয়ে ছাত্ৰীসকলক পঢ়াত বহুত উৎসাহ দিয়ে।

৪. মুখ্যমন্ত্ৰী নিজুত মইনা আঁচনি

ছোৱালীৰ শিক্ষাৰ বাবে এই আঁচনি। HS ত পঢ়া ছোৱালীয়ে মাহে ১০০০ টকা, Degree ত ১২৫০ টকা আৰু PG ত ২৫০০ টকা পায়। ইয়াৰ উদ্দেশ্য হ'ল বাল্য বিবাহ ৰোধ কৰা আৰু ছোৱালীক পঢ়োৱা।

৫. আয়ুষ্মান অসম - মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা

দুখীয়া পৰিয়ালক বছৰি ৫ লাখ টকালৈকে ফ্ৰী চিকিৎসা দিয়া হয়। এই কাৰ্ডেৰে অসমৰ চৰকাৰী আৰু ব্যক্তিগত হাস্পতালত চিকিৎসা কৰিব পাৰি।

৬. অসম মাইক্ৰ' ফাইনেন্স ঋণ ৰেহাই আঁচনি

যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈছিল, তেওঁলোকক চৰকাৰে ঋণ ৰেহাই দিছে। বহুত পৰিয়ালে ইয়াৰ পৰা সকাহ পাইছে।

৭. ৰেচন কাৰ্ড - NFSA

ৰেচন কাৰ্ড থাকিলে মাহে ফ্ৰী চাউল, দাইল, নিমখ পোৱা যায়। নতুন ৰেচন কাৰ্ডৰ বাবে অনলাইনত আবেদন কৰিব পাৰি।

কেনেকৈ আবেদন কৰিব?

বেছিভাগ আঁচনিৰ বাবে seva setu, mygov assam পৰ্টেল বা নিকটৱৰ্তী CSC Centre ত গৈ আবেদন কৰিব লাগে। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাছবুক আৰু ফটো লগত লৈ যাব। কোনো দালালক টকা নিদিব, সকলো আঁচনি ফ্ৰী।

তোমাৰ কোনটো আঁচনিৰ বিষয়ে জানিবলৈ মন আছে? Comment ত লিখিবা।

Share:

PM Kisan 22nd Kisti 2026 - 2000 টকা কেতিয়া সোমাব? List ত নাম কেনেকৈ Check কৰিব?

PM Kisan 22nd Kisti 2026 - 2000 টকা কেতিয়া সোমাব? List ত নাম কেনেকৈ Check কৰিব?

PM Kisan ৰ 2000 টকা আপোনাৰ Account ত সোমাইছে নে? 22nd Kisti ৰ টকা সোমোৱা আৰম্ভ হৈছে। বহুতৰে টকা আহিছে, বহুতৰে অহা নাই। কাৰণটো আজি জানক।

👉 Quick Info:
✔️ PM Kisan ত বছৰি 6000 টকা পায় - 3 টা কিস্তিত
✔️ 22nd Kisti - 2000 টকা
✔️ e-KYC নকৰিলে টকা নাহে

PM Kisan 22nd Kisti কেতিয়া সোমাব?

চৰকাৰে কিস্তিৰ টকা পোনে পোনে কৃষকৰ Bank Account ত দিয়ে। সাধাৰণতে কিস্তি মুকলি হোৱাৰ 2-3 দিনৰ ভিতৰত সকলোৰে Account ত সোমায়।

যদি আপোনাৰ টকা এতিয়াও সোমোৱা নাই, তেন্তে তলৰ 3 টা কাৰণ Check কৰক।

PM Kisan List ত নাম কেনেকৈ Check কৰিব?

Step 1: pmkisan.gov.in ত যাওক
Step 2: Beneficiary Status ত ক্লিক কৰক
Step 3: Aadhaar Number / Mobile Number দিয়ক
Step 4: Get Data ত ক্লিক কৰক - আপোনাৰ সকলো কিস্তি দেখা পাব

টকা নহাৰ 3 টা ডাঙৰ কাৰণ

  • 1. e-KYC কৰা নাই: PM Kisan ত e-KYC বাধ্যতামূলক। নকৰিলে টকা বন্ধ।
  • 2. Land Seeding নাই: মাটিৰ ৰেকৰ্ডৰ লগত নাম নিমিলিলে টকা নাহে।
  • 3. Aadhaar - Bank Link নাই: Bank Account ত Aadhaar Link + DBT Enable নাথাকিলে টকা ঘূৰি যায়।

⚠️ Status ত কি লিখা আছে চাওক

Payment Success: টকা সোমাই গৈছে, Bank ত Check কৰক
Payment Pending: অলপ ৰ'ব, 2-3 দিনত সোমাব
Payment Failed / Rejected: Bank / Aadhaar ত সমস্যা আছে, CSC লৈ যাওক

PM Kisan e-KYC ঘৰতে কেনেকৈ কৰিব?

  1. pmkisan.gov.in ত যাওক
  2. e-KYC ত ক্লিক কৰক
  3. Aadhaar Number + OTP দিয়ক
  4. Done - 2 মিনিটতে হয়

OTP নাহিলে CSC Centre লৈ যাওক - Fingerprint দি e-KYC কৰি দিব।

নতুনকৈ PM Kisan ৰ বাবে কেনেকৈ আবেদন কৰিব?

Aadhaar Card, Land Document (Jamabandi), Bank Passbook, Mobile Number লৈ ওচৰৰ CSC Centre ত যোগাযোগ কৰক।

সামৰণি

PM Kisan ৰ টকা পাবলৈ e-KYC, Land Seeding, Aadhaar Link - এই 3 টা ঠিক থাকিবই লাগিব। আজিয়েই Status Check কৰি লওক।

আপোনাৰ 22nd Kisti সোমাইছে নে? তলত Comment কৰি জনাওক।

MKB Support - আপোনাৰ বিশ্বস্ত CSC সহায়ক
www.mkbsupport.in
Share:

Aadhaar Card Update 2026 - Free Update ৰ Last Date, ঘৰতে কেনেকৈ কৰিব?

Aadhaar Card Update 2026 - Free Update ৰ Last Date, ঘৰতে কেনেকৈ কৰিব?

আপোনাৰ Aadhaar Card 10 বছৰতকৈ পুৰণি হৈছে নেকি? তেন্তে সাৱধান! UIDAI ৱে সকলোকে Aadhaar Update কৰিবলৈ কৈছে। নকৰিলে বেংক, ৰেচন, পেঞ্চন, PM Kisan সকলোতে সমস্যা হ'ব পাৰে।

👉 Quick Info:
✔️ myAadhaar Portal ত Online Update FREE
✔️ CSC Centre ত গ'লে মাথোঁ 50 টকা
✔️ Proof of Identity + Proof of Address লাগিব

Aadhaar Update কিয় লাগে?

10 বছৰত আপোনাৰ ফটো, ঠিকনা, নাম বহুত সলনি হয়। UIDAI ৱে কৈছে - 10 বছৰত এবাৰ হ'লেও Aadhaar ৰ Document Update কৰিবই লাগে। নহ'লে আপোনাৰ Aadhaar Inactive হৈ যাব পাৰে।

কাৰ কাৰ Update কৰিব লাগিব?

  • যাৰ Aadhaar 10 বছৰৰ আগতে বনাইছিল
  • যাৰ ঠিকনা সলনি হৈছে - গাঁৱৰ পৰা চহৰলৈ আহিছে
  • বিয়াৰ পিছত নাম / পদবী সলনি হৈছে
  • মোবাইল নম্বৰ Aadhaar ত Link নাই

Aadhaar Update কৰিবলৈ কি কি লাগিব?

  1. Aadhaar Number / Aadhaar Card
  2. মোবাইল নম্বৰ - OTP আহিব
  3. Proof of Identity - Voter ID / PAN Card / Passport
  4. Proof of Address - Ration Card / Bank Passbook / Electricity Bill

ঘৰতে Online কেনেকৈ কৰিব? 5 টা Step

Step 1: myaadhaar.uidai.gov.in ত যাওক
Step 2: Aadhaar Number + OTP দি Login কৰক
Step 3: Document Update ত ক্লিক কৰক
Step 4: POI + POA ৰ ফটো Upload কৰক
Step 5: Submit কৰক - SRN Number টো লিখি ৰাখক

⚠️ সাৱধান - এই ভুলবোৰ নকৰিব

1. নিজৰ ফটো দি Update নহয় - Document Update ত ফটো সলনি নহয়, ফটোৰ বাবে Centre লৈ যাব লাগে
2. ভুল Document দিলে Reject হয় - স্পষ্ট ফটো দিব
3. মোবাইল Link নাথাকিলে Online নহয় - তেতিয়া CSC লৈ যাব লাগিব

CSC Centre ত কিমান টকা লাগে?

Document Update - 50 টকা
নতুন Aadhaar / Biometric Update (আঙুলি, চকু, ফটো) - 100 টকা
মোবাইল নম্বৰ Link - 50 টকা

ইয়াতকৈ বেছি টকা খুজিলে নিদিব।

সামৰণি

Aadhaar Update এতিয়া নকৰিলে পিছত বহুত দৌৰিব লাগিব। আজিয়েই Check কৰক আপোনাৰ Aadhaar কিমান বছৰৰ পুৰণি।

সমস্যা হৈছে নেকি? তলত Comment কৰক।

MKB Support - আপোনাৰ বিশ্বস্ত CSC সহায়ক
www.mkbsupport.in
Share:

Jeevan Pramaan Life Certificate 2026 - অসমত ঘৰতে কেনেকৈ কৰিব? সম্পূৰ্ণ নিয়ম

Jeevan Pramaan Life Certificate 2026 - অসমত ঘৰতে কেনেকৈ কৰিব? সম্পূৰ্ণ নিয়ম

প্ৰতি বছৰে নৱেম্বৰ মাহ আহিলেই পেঞ্চনাৰ সকলৰ এটাই চিন্তা - Life Certificate। পেঞ্চন বন্ধ নোহোৱাকৈ ৰাখিবলৈ প্ৰতি বছৰে Jeevan Pramaan জমা দিবই লাগিব।

আজি আমি জানিম - অসমত ঘৰতে বহি, বা CSC Centre ৰ পৰা কেনেকৈ সহজে Digital Life Certificate বনাব পাৰি।

👉 Quick Info:
✔️ 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত কৰিব লাগে
✔️ CSC Centre ত মাথোঁ 5 মিনিটতে হয়
✔️ আধাৰ + PPO Number লাগিব

Jeevan Pramaan কি?

Jeevan Pramaan হৈছে ভাৰত চৰকাৰৰ Digital Life Certificate ব্যৱস্থা। আগতে বেংকত গৈ ফৰ্ম পূৰাই Life Certificate জমা দিব লাগিছিল, এতিয়া আঙুলিৰ ছাপ (Fingerprint) দিলেই হৈ যায়।

ইয়াৰ ডাঙৰ সুবিধা হ'ল - আপুনি অসমৰ যিকোনো ঠাইৰ পৰা কৰিলেও, আপোনাৰ পেঞ্চন দিয়া অফিচে তাক গ্ৰহণ কৰিব।

কোনে কোনে Jeevan Pramaan কৰিব লাগিব?

  • Assam Government ৰ পেঞ্চনাৰ - PWD, Education, Health, Police, SC Caste Office আদি
  • Central Government ৰ পেঞ্চনাৰ
  • EPFO Pensioner - যি সকলে EPFO ৰ পৰা পেঞ্চন পায়
  • Family Pensioner - স্বামী / পত্নীৰ মৃত্যুৰ পিছত পেঞ্চন পোৱা সকল

Jeevan Pramaan কৰিবলৈ কি কি লাগিব?

  1. আধাৰ কাৰ্ড
  2. PPO Number - পেঞ্চনৰ কিতাপখনত থাকে
  3. বেংকৰ Passbook / Account Number
  4. মোবাইল নম্বৰ - OTP ৰ বাবে
  5. আঙুলিৰ ছাপ স্পষ্ট হ'ব লাগিব

Jeevan Pramaan কেনেকৈ কৰিব? ৩টা সহজ উপায়

১. CSC Centre ৰ পৰা:

আপোনাৰ ওচৰৰ CSC / Common Service Centre লৈ PPO কিতাপ, আধাৰ আৰু বেংকৰ Passbook লৈ যাওক। ৫ মিনিটতে হৈ যাব।

২. Jeevan Pramaan App ৰ পৰা:

মোবাইলত Jeevan Pramaan App ডাউনলোড কৰি, Face Authentication ৰে ঘৰতে কৰিব পাৰি।

৩. বেংকৰ পৰা:

আপুনি যি বেংকৰ পৰা পেঞ্চন পায়, সেই বেংকতো Life Certificate কৰিব পাৰি।

⚠️ সাধাৰণ ভুলবোৰ - যিবোৰৰ বাবে Reject হয়

1. Organisation Type ভুলকৈ বাছনি কৰা: EPFO ৰ মানুহে State Government লোৱা, বা State Government ৰ মানুহে EPFO লোৱা।
2. PPO Number ভুলকৈ টাইপ কৰা
3. Aadhaar ত নাম আৰু PPO ত নাম বেলেগ হোৱা

মনত ৰাখিব - আপুনি ক'ত চাকৰি কৰিছিল সেইটো নহয়, কোনে পেঞ্চন দিয়ে সেইটোহে Jeevan Pramaan ত ল'ব লাগে। যেনে - SC Caste Office ত চাকৰি কৰিলেও, যদি পেঞ্চন EPFO ৱে দিয়ে, তেন্তে EPFO ল'ব লাগিব।

Jeevan Pramaan কেতিয়া কৰিব লাগে?

সাধাৰণতে ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত কৰিব লাগে। ৮০ বছৰৰ ওপৰৰ সকলে ১ অক্টোবৰৰ পৰাই কৰিব পাৰে।

পলম কৰিলে ডিচেম্বৰৰ পেঞ্চন বন্ধ হৈ যাব পাৰে, গতিকে সোনকালে কৰি লওক।

সামৰণি

Jeevan Pramaan এতিয়া বহুত সহজ হৈ গৈছে। PPO কিতাপখন লৈ ওচৰৰ CSC Centre লৈ গ'লেই ৫ মিনিটতে কাম শেষ।

আপোনাৰ কিবা সমস্যা হৈছে নেকি? তলত Comment কৰক, আমি সহায় কৰিম।

MKB Support - আপোনাৰ বিশ্বস্ত CSC সহায়ক
www.mkbsupport.in
Share:

Assam Police Constable 2026 - Maths With Solution | 100 Questions Solved

Assam Police Maths With Solution - 100 Questions

Maths With Full Solution | Assam Police Constable 2026 | MKB Support
কেৱল Answer নহয়, সম্পূৰ্ণ Solution দিয়া হৈছে। এইবোৰ বুজিলেই পৰীক্ষাত যিকোনো অংক কৰিব পাৰিবা।

Part 1: Percentage - শতাংশ (1-20)

1. 800 ৰ 25% কিমান?
Solution: 800 × 25/100 = 800 × 1/4 = 200

2. 1200 ৰ 15% কিমান?
Solution: 1200 × 15/100 = 12 × 15 = 180

3. কোনো সংখ্যাৰ 30% = 90, সংখ্যাটো কিমান?
Solution: সংখ্যাটো = 90 × 100/30 = 3 × 100 = 300

4. 500 ৰ পৰা 600 হ'ল, বৃদ্ধি কিমান %?
Solution: বৃদ্ধি = 100, % = 100/500 × 100 = 20%

5. 1000 ৰ পৰা 800 হ'ল, হ্ৰাস কিমান %?
Solution: হ্ৰাস = 200, % = 200/1000 × 100 = 20%

6. এজনৰ দৰমহা 20,000, 10% বৃদ্ধি হ'লে কিমান হ'ব?
Solution: বৃদ্ধি = 20000 × 10/100 = 2000, নতুন দৰমহা = 20000+2000 = 22,000

7. এজনৰ দৰমহা 20,000, 10% কৰ্তন হ'লে কিমান হ'ব?
Solution: কৰ্তন = 2000, নতুন দৰমহা = 20000-2000 = 18,000

8. 2500 ৰ 40% + 1000 ৰ 20% = ?
Solution: 2500×40/100 = 1000, 1000×20/100 = 200, মুঠ = 1000+200 = 1200

9. 600 ৰ 25% ৰ 20% কিমান?
Solution: 600×25/100 = 150, 150×20/100 = 30

10. চহৰৰ জনসংখ্যা 1,00,000, বছৰি 10% বৃদ্ধি, 2 বছৰ পিছত?
Solution: 1 বছৰ পিছত = 1,10,000, 2 বছৰ পিছত = 1,10,000 × 110/100 = 1,21,000

11. 80 ৰ কিমান % = 20?
Solution: 20/80 × 100 = 1/4 × 100 = 25%

12. 200 টকাৰ বস্তু 250 টকাত বিক্ৰী কৰিলে লাভ %?
Solution: লাভ = 50, % = 50/200 × 100 = 25%

13. 40% ৰেহাই + 20% ৰেহাই = মুঠ ৰেহাই কিমান?
Solution: সূত্ৰ = A+B - (A×B)/100 = 40+20 - (40×20)/100 = 60-8 = 52%

14. 12.5% মানে কিমান ভগ্নাংশ?
Solution: 12.5/100 = 125/1000 = 1/8

15. 0.5% ৰ ভগ্নাংশ?
Solution: 0.5/100 = 5/1000 = 1/200

16. 500 টকাৰ 10% লাভত বিক্ৰী দাম?
Solution: লাভ = 50, বিক্ৰী দাম = 500+50 = 550

17. 1000 টকাৰ 20% লোকচানত বিক্ৰী দাম?
Solution: লোকচান = 200, বিক্ৰী দাম = 1000-200 = 800

18. 2000 টকাৰ বস্তুত 25% ৰেহাই দিলে কিমানত পাব?
Solution: ৰেহাই = 500, দাম = 2000-500 = 1500

19. 10% লাভ আৰু 10% লোকচান, মুঠ?
Solution: সূত্ৰ = (10×10)/100 = 1% লোকচান

20. 20% লাভ আৰু 20% লোকচান, মুঠ?
Solution: (20×20)/100 = 4% লোকচান

Part 2: Profit-Loss - লাভ-লোকচান (21-40)

21. ক্ৰয়মূল্য 500, বিক্ৰীমূল্য 600, লাভ %?
Solution: লাভ = 100, % = 100/500 × 100 = 20%

22. ক্ৰয়মূল্য 800, বিক্ৰীমূল্য 720, লোকচান %?
Solution: লোকচান = 80, % = 80/800 × 100 = 10%

23. 20% লাভত বিক্ৰী দাম 1200, ক্ৰয়মূল্য?
Solution: ক্ৰয়মূল্য = 1200 × 100/120 = 10 × 100 = 1000

24. 20% লোকচানত বিক্ৰী দাম 800, ক্ৰয়মূল্য?
Solution: ক্ৰয়মূল্য = 800 × 100/80 = 10 × 100 = 1000

25. 10% ৰেহাইত 900 টকাৰ বস্তু কিমানত পাব?
Solution: ৰেহাই = 90, দাম = 900-90 = 810

26. 5% ৰেহাইত 1900, প্ৰকৃত দাম?
Solution: প্ৰকৃত দাম = 1900 × 100/95 = 20 × 100 = 2000

27. 12 টা বস্তু 10 টকাত কিনি 10 টা 12 টকাত বিক্ৰী কৰিলে লাভ %?
Solution: 120 টাৰ ক্ৰয়মূল্য = 100 টকা, বিক্ৰীমূল্য = 144 টকা, লাভ = 44, % = 44/100 × 100 = 44%

28. 100 টা কিতাপ 5000 টকাত কিনি 60 টকাকৈ বিক্ৰী কৰিলে লাভ?
Solution: বিক্ৰীমূল্য = 100×60 = 6000, লাভ = 6000-5000 = 1000

29. 3 টা বস্তুৰ দামত 2 টা বিক্ৰী কৰিলে লাভ %?
Solution: ধৰা 1 টাৰ দাম 1 টকা, 3 টাৰ ক্ৰয় = 3, 2 টাৰ বিক্ৰী = 3, 1 টাৰ বিক্ৰী = 1.5, লাভ = 0.5, % = 50%

30. 5 টা কল 20 টকাত কিনি 6 টা 30 টকাত বিক্ৰী কৰিলে লাভ %?
Solution: 30 টাৰ ক্ৰয় = 120, বিক্ৰী = 150, লাভ = 30, % = 30/120 × 100 = 25%

31. ক্ৰয়মূল্য 1000, 200 লাভ, লাভ %?
Solution: 200/1000 × 100 = 20%

32. 100 টকাৰ বস্তু 125 টকাত বিক্ৰী, লাভ %?
Solution: 25/100 × 100 = 25%

33. 10 টা কলমৰ দাম 50 টকা, 1 টাৰ দাম?
Solution: 50/10 = 5 টকা

34. 1 ডজন কলম 60 টকা, 1 টাৰ দাম?
Solution: 60/12 = 5 টকা

35. 20% লাভত 600 টকাৰ বস্তু কিমানত বিক্ৰী?
Solution: 600 × 120/100 = 720

36. 10% লোকচানত 900 টকাৰ বস্তু কিমানত বিক্ৰী?
Solution: 900 × 90/100 = 810

37. 500 টকাৰ বস্তু 550 ত বিক্ৰী, লাভ কিমান টকা?
Solution: 550-500 = 50 টকা

38. 1000 টকাত 100 লাভ, লাভ %?
Solution: 100/1000 × 100 = 10%

39. 2000 টকাৰ বস্তু 1800 ত বিক্ৰী, লোকচান %?
Solution: লোকচান = 200, % = 200/2000 × 100 = 10%

40. 400 টকাৰ বস্তু 500 ত বিক্ৰী, লাভ %?
Solution: লাভ = 100, % = 100/400 × 100 = 25%

Part 3: Average - গড় (41-60)

41. 10, 20, 30 ৰ গড়?
Solution: (10+20+30)/3 = 60/3 = 20

42. 5, 10, 15, 20, 25 ৰ গড়?
Solution: 75/5 = 15

43. প্ৰথম 10 টা স্বাভাৱিক সংখ্যাৰ গড়?
Solution: (n+1)/2 = (10+1)/2 = 5.5

44. প্ৰথম 100 টা সংখ্যাৰ গড়?
Solution: (100+1)/2 = 50.5

45. 5 জনৰ গড় বয়স 20, মুঠ বয়স?
Solution: 5 × 20 = 100

46. 10 জন ছাত্ৰৰ গড় নম্বৰ 70, মুঠ নম্বৰ?
Solution: 10 × 70 = 700

47. 4 টা সংখ্যাৰ গড় 25, 3 টাৰ গড় 20, 4ৰ্থ সংখ্যা?
Solution: 4 টাৰ মুঠ = 100, 3 টাৰ মুঠ = 60, 4ৰ্থ = 100-60 = 40

48. 5 টা সংখ্যাৰ গড় 27, এটা বাদ দিলে গড় 25, বাদ দিয়া সংখ্যা?
Solution: 5 টাৰ মুঠ = 135, 4 টাৰ মুঠ = 100, বাদ দিয়া = 135-100 = 35

49. পিতা আৰু পুত্ৰৰ গড় বয়স 30, পিতাৰ বয়স 45, পুত্ৰৰ?
Solution: মুঠ = 60, পুত্ৰ = 60-45 = 15

50. ক্ৰিকেটত 10 খন খেলত গড় 50, 11 খনত গড় 52 হ'বলৈ কিমান লাগিব?
Solution: 10 খনৰ মুঠ = 500, 11 খনৰ মুঠ = 572, 11ম খেলত = 572-500 = 72

51. 5 টা ক্ৰমিক সংখ্যাৰ গড় 20, আটাইতকৈ ডাঙৰটো?
Solution: মাজৰ সংখ্যা = 20, ডাঙৰটো = 20+2 = 22

52. 5 টা ক্ৰমিক সংখ্যাৰ গড় 20, আটাইতকৈ সৰুটো?
Solution: সৰুটো = 20-2 = 18

53. 15 জনৰ গড় 40, 5 জনৰ গড় 50, মুঠ 20 জনৰ গড়?
Solution: মুঠ = 15×40 + 5×50 = 600+250 = 850, গড় = 850/20 = 42.5

54. 8 টা সংখ্যাৰ গড় 12, 9ম সংখ্যা 20 হ'লে নতুন গড়?
Solution: 8 টাৰ মুঠ = 96, 9 টাৰ মুঠ = 116, গড় = 116/9 = 12.88

55. 1 ৰ পৰা 50 লৈ যুগ্ম সংখ্যাৰ গড়?
Solution: প্ৰথম যুগ্ম 2, শেষ 50, গড় = (2+50)/2 = 26

56. 1 ৰ পৰা 50 লৈ অযুগ্ম সংখ্যাৰ গড়?
Solution: (1+49)/2 = 25

57. 2, 4, 6, 8 ৰ গড়?
Solution: 20/4 = 5

58. 7, 14, 21, 28 ৰ গড়?
Solution: 70/4 = 17.5

59. 10, 20, 30, 40 ৰ গড়?
Solution: 100/4 = 25

60. 3 জনৰ গড় বয়স 25, এজন 30, বাকী 2 জনৰ গড়?
Solution: মুঠ = 75, বাকী 2 জনৰ মুঠ = 45, গড় = 45/2 = 22.5

Part 4: Time & Work - সময় আৰু কাম (61-80)

61. A এ কাম 10 দিনত, B এ 20 দিনত, দুয়ো একেলগে?
Solution: সূত্ৰ = (10×20)/(10+20) = 200/30 = 6.66 দিন

62. A এ কাম 12 দিনত, B এ 15 দিনত, একেলগে?
Solution: (12×15)/(12+15) = 180/27 = 6.66 দিন

63. A+B এ কাম 6 দিনত, A অকলে 10 দিনত, B অকলে?
Solution: 1/B = 1/6 - 1/10 = (5-3)/30 = 2/30 = 1/15, B = 15 দিন

64. 5 জনে কাম 10 দিনত কৰে, 10 জনে কিমান দিনত?
Solution: 5×10 = 10×x, x = 50/10 = 5 দিন

65. 10 জনে কাম 15 দিনত, 5 দিনত কৰিবলৈ কিমান জন লাগিব?
Solution: 10×15 = x×5, x = 150/5 = 30 জন

66. এটা টেংকী 10 ঘণ্টাত ভৰে, 15 ঘণ্টাত খালী হয়, দুয়োটা খুলিলে?
Solution: 1/10 - 1/15 = (3-2)/30 = 1/30, সময় = 30 ঘণ্টা

67. 20 জনে 12 দিনত কাম কৰে, 10 দিনত কৰিবলৈ কিমান জন লাগিব?
Solution: 20×12 = x×10, x = 240/10 = 24 জন

68. 15 জন মজদুৰে 20 দিনত কাম কৰে, 10 জনৰ কিমান দিন লাগিব?
Solution: 15×20 = 10×x, x = 300/10 = 30 দিন

69. A এ কাম 20 দিনত, B এ 30 দিনত, 5 দিন একেলগে কৰাৰ পিছত বাকী কাম A এ কিমান দিনত?
Solution: 5 দিনত কাম = 5×(1/20+1/30) = 5×5/60 = 25/60 = 5/12, বাকী = 7/12, A ৰ সময় = (7/12)×20 = 11.66 দিন [Note: আগৰ 8.33 ভুল আছিল, এইটো শুদ্ধ]

70. এটা নলাই 6 ঘণ্টাত ভৰে, আনটোৱে 8 ঘণ্টাত, দুয়োটা একেলগে?
Solution: (6×8)/(6+8) = 48/14 = 3.42 ঘণ্টা

71. 2 জনৰ কাম 10 দিনত, 5 জনৰ কিমান দিন?
Solution: 2×10 = 5×x, x = 20/5 = 4 দিন

72. 12 জনৰ কাম 8 দিনত, 16 জনৰ কিমান দিন?
Solution: 12×8 = 16×x, x = 96/16 = 6 দিন

73. A এ কাম 10 দিনত, B এ 15 দিনত, C এ 30 দিনত, তিনিও একেলগে?
Solution: 1/10+1/15+1/30 = (3+2+1)/30 = 6/30 = 1/5, সময় = 5 দিন

74. 10 জনে 10 দিনত 10 মিটাৰ ৰাস্তা বনায়, 20 জনে 20 দিনত কিমান?
Solution: (10×10)/10 = (20×20)/x, x = 400/10 = 40 মিটাৰ

75. 5 টা মেচিনে 5 মিনিটত 5 টা বস্তু বনায়, 100 টা মেচিনে 100 টা কিমান সময়ত?
Solution: 5 মিনিট (প্ৰতিটোৱে 5 মিনিটত 1 টা)

76. A অকলে 15 দিন, B অকলে 20 দিন, দুয়ো একেলগে 5 দিন কৰাৰ পিছত B গ'লগৈ, A এ বাকী কিমান দিনত?
Solution: 5 দিনত = 5×(1/15+1/20) = 5×7/60 = 35/60 = 7/12, বাকী = 5/12, A ৰ সময় = (5/12)×15 = 6.25 দিন

77. 8 জন ল'ৰাই 8 দিনত 8 টা কাম কৰে, 1 জনৰ 1 দিনত?
Solution: 8×8 = 64 মান-দিনত 8 কাম, 1 মান-দিনত = 8/64 = 0.125 কাম

78. এটা কাম 12 জনৰ 12 দিনত হয়, 6 জনৰ কিমান দিন?
Solution: 12×12 = 6×x, x = 144/6 = 24 দিন

79. এটা কাম 20 দিনত শেষ কৰিব লাগে, 5 দিনত কিমান % হ'ব লাগে?
Solution: 5/20 × 100 = 25%

80. এটা কামৰ 3/4 অংশ 12 দিনত হয়, সম্পূৰ্ণ কাম কিমান দিনত?
Solution: 12 × 4/3 = 16 দিন

Part 5: Speed & Distance - গতি আৰু দূৰত্ব (81-100)

81. 60 কিমি/ঘণ্টা বেগত 2 ঘণ্টাত দূৰত্ব?
Solution: দূৰত্ব = বেগ × সময় = 60×2 = 120 কিমি

82. 120 কিমি দূৰত্ব 2 ঘণ্টাত, বেগ?
Solution: বেগ = দূৰত্ব/সময় = 120/2 = 60 কিমি/ঘণ্টা

83. 90 কিমি/ঘণ্টা = কিমান মিটাৰ/ছেকেণ্ড?
Solution: 90 × 5/18 = 5×5 = 25 মি/ছে

84. 36 কিমি/ঘণ্টা = কিমান মি/ছে?
Solution: 36 × 5/18 = 2×5 = 10 মি/ছে

85. 18 কিমি/ঘণ্টা = কিমান মি/ছে?
Solution: 18 × 5/18 = 5 মি/ছে

86. ৰেল 72 কিমি/ঘণ্টাত 100 মিটাৰ দলং পাৰ কৰিবলৈ সময়?
Solution: বেগ = 72×5/18 = 20 মি/ছে, সময় = 100/20 = 5 ছেকেণ্ড

87. 200 মিটাৰ ৰেল 20 ছেকেণ্ডত গ'লে বেগ?
Solution: বেগ = 200/20 = 10 মি/ছে, কিমি/ঘণ্টা = 10×18/5 = 36 কিমি/ঘণ্টা

88. গাড়ী 40 কিমি/ঘণ্টাত গৈ 60 কিমি/ঘণ্টাত উভতিলে গড় বেগ?
Solution: সূত্ৰ = (2×40×60)/(40+60) = 4800/100 = 48 কিমি/ঘণ্টা

89. 100 মিটাৰ 10 ছেকেণ্ডত, বেগ কিমি/ঘণ্টা?
Solution: 100/10 = 10 মি/ছে, 10×18/5 = 36 কিমি/ঘণ্টা

90. সোঁতৰ অনুকূলে বেগ 20, প্ৰতিকূলে 10, সোঁতৰ বেগ?
Solution: (20-10)/2 = 5

91. নাওৰ বেগ 15, সোঁতৰ বেগ 5, অনুকূলে বেগ?
Solution: 15+5 = 20

92. নাওৰ বেগ 15, সোঁতৰ বেগ 5, প্ৰতিকূলে বেগ?
Solution: 15-5 = 10

93. 60 কিমি/ঘণ্টাত 3 ঘণ্টাত যোৱা দূৰত্ব 80 কিমি/ঘণ্টাত কিমান সময়ত?
Solution: দূৰত্ব = 180 কিমি, সময় = 180/80 = 2.25 ঘণ্টা

94. 300 কিমি দূৰত্ব 5 ঘণ্টাত গ'লে বেগ?
Solution: 300/5 = 60 কিমি/ঘণ্টা

95. 2 ঘণ্টা 30 মিনিটত 150 কিমি গ'লে বেগ?
Solution: সময় = 2.5 ঘণ্টা, বেগ = 150/2.5 = 60 কিমি/ঘণ্টা

96. 1 ঘণ্টা 20 মিনিটত 80 কিমি গ'লে বেগ?
Solution: সময় = 1.33 ঘণ্টা, বেগ = 80/1.33 = 60 কিমি/ঘণ্টা

97. 10 কিমি/ঘণ্টাত 30 কিমি যাবলৈ সময়?
Solution: 30/10 = 3 ঘণ্টা

98. 1 কিমি 10 মিনিটত গ'লে বেগ?
Solution: 10 মিনিট = 1/6 ঘণ্টা, বেগ = 1/(1/6) = 6 কিমি/ঘণ্টা

99. 3 ঘণ্টাত 180 কিমি গ'লে বেগ?
Solution: 180/3 = 60 কিমি/ঘণ্টা

100. 5 কিমি/ঘণ্টাত 1 ঘণ্টাত কিমান মিটাৰ?
Solution: 5 কিমি = 5000 মিটাৰ

Important Formula:
• কিমি/ঘণ্টা → মি/ছে = × 5/18
• মি/ছে → কিমি/ঘণ্টা = × 18/5
• গড় বেগ = (2×a×b)/(a+b)
• এই 100 টা বুজিলে পৰীক্ষাত 100% Maths কৰিব পাৰিবা। www.mkbsupport.in
Share:

Assam Police Constable 2026 - Reasoning 200 Most Important Questions With Answer

Assam Police Constable 2026 - Reasoning 200 Questions

Assam Police Reasoning | 200 Most Expected Questions | MKB Support
Reasoning ত 25 নম্বৰ থাকে। এই 200 টা কৰিলেই 20+ পাবা। প্ৰতিদিনে 1 বাৰ চাই যোৱা।

Part 1: Series - সংখ্যা শৃংখলা (1-40)

1. 2, 4, 6, 8, ? Ans: 10

2. 3, 6, 9, 12, ? Ans: 15

3. 5, 10, 20, 40, ? Ans: 80

4. 1, 4, 9, 16, 25, ? Ans: 36

5. 1, 8, 27, 64, ? Ans: 125

6. 2, 3, 5, 7, 11, ? Ans: 13

7. 10, 20, 30, 40, ? Ans: 50

8. 100, 90, 80, 70, ? Ans: 60

9. 1, 2, 4, 8, 16, ? Ans: 32

10. 5, 15, 45, 135, ? Ans: 405

11. 2, 6, 12, 20, 30, ? Ans: 42

12. 1, 3, 6, 10, 15, ? Ans: 21

13. 7, 14, 28, 56, ? Ans: 112

14. 3, 9, 27, 81, ? Ans: 243

15. 4, 8, 16, 32, ? Ans: 64

16. 11, 22, 33, 44, ? Ans: 55

17. 15, 30, 45, 60, ? Ans: 75

18. 25, 50, 75, 100, ? Ans: 125

19. 6, 12, 24, 48, ? Ans: 96

20. 9, 18, 36, 72, ? Ans: 144

21. 1, 5, 9, 13, ? Ans: 17

22. 2, 5, 8, 11, ? Ans: 14

23. 20, 19, 17, 14, ? Ans: 10

24. 50, 45, 40, 35, ? Ans: 30

25. 1, 1, 2, 3, 5, 8, ? Ans: 13

26. 2, 4, 8, 14, 22, ? Ans: 32

27. 10, 100, 200, 400, ? Ans: 800

28. 3, 5, 9, 17, ? Ans: 33

29. 4, 7, 12, 19, ? Ans: 28

30. 8, 27, 64, 125, ? Ans: 216

31. 12, 24, 36, 48, ? Ans: 60

32. 21, 42, 63, 84, ? Ans: 105

33. 0, 3, 8, 15, 24, ? Ans: 35

34. 5, 6, 10, 15, 25, ? Ans: 40

35. 1, 4, 27, 256, ? Ans: 3125

36. 2, 12, 36, 80, ? Ans: 150

37. 100, 200, 300, 400, ? Ans: 500

38. 9, 99, 999, ? Ans: 9999

39. 7, 21, 63, 189, ? Ans: 567

40. 16, 32, 48, 64, ? Ans: 80

Part 2: Alphabet Series - আখৰ শৃংখলা (41-70)

41. A, C, E, G, ? Ans: I

42. B, D, F, H, ? Ans: J

43. Z, X, V, T, ? Ans: R

44. A, B, D, G, ? Ans: K

45. A, E, I, O, ? Ans: U

46. C, F, I, L, ? Ans: O

47. D, G, J, M, ? Ans: P

48. B, E, H, K, ? Ans: N

49. A, D, G, J, ? Ans: M

50. Z, Y, X, W, ? Ans: V

51. M, N, O, P, ? Ans: Q

52. P, R, T, V, ? Ans: X

53. AB, CD, EF, ? Ans: GH

54. AA, BB, CC, ? Ans: DD

55. AZ, BY, CX, ? Ans: DW

56. ABC, DEF, GHI, ? Ans: JKL

57. A, C, F, J, ? Ans: O

58. B, C, E, H, ? Ans: L

59. X, Z, B, D, ? Ans: F

60. Y, W, U, S, ? Ans: Q

61. A, Z, B, Y, C, ? Ans: X

62. B, A, D, C, F, ? Ans: E

63. K, M, O, Q, ? Ans: S

64. L, N, P, R, ? Ans: T

65. E, H, K, N, ? Ans: Q

66. J, L, N, P, ? Ans: R

67. S, U, W, Y, ? Ans: A

68. C, D, F, G, I, ? Ans: J

69. A, B, C, E, H, ? Ans: M

70. D, E, G, J, N, ? Ans: S

Part 3: Coding-Decoding (71-110)

71. CAT = 3120 হ'লে DOG = ? Ans: 4157

72. A = 1, B = 2, CAT = ? Ans: 24

73. A = 26, B = 25 হ'লে CAT = ? Ans: 51

74. RAM = 32 হ'লে SHYAM = ? Ans: 54

75. DOG = 26 হ'লে CAT = ? Ans: 24

76. BAD = 7 হ'লে GOOD = ? Ans: 41

77. PEN = 35 হ'লে BOOK = ? Ans: 43

78. APPLE = 50 হ'লে MANGO = ? Ans: 50

79. যদি A = 2, B = 4 হ'লে C = ? Ans: 6

80. Z = 1, Y = 2 হ'লে A = ? Ans: 26

81. CODE = 15 হ'লে DECODE = ? Ans: 32

82. MANGO ক NBOHP বুলি লিখিলে APPLE ক কি লিখিব? Ans: BQQMF

83. CAT ক DBU বুলি লিখিলে DOG ক কি লিখিব? Ans: EPH

84. RAM ক SBN বুলি লিখিলে SHYAM ক ? Ans: TIZBN

85. A ক B, B ক C লিখিলে INDIA ক ? Ans: JOEJB

86. 1 = A, 2 = B হ'লে 26 = ? Ans: Z

87. 5 = E হ'লে 10 = ? Ans: J

88. ASSAM = 1+19+19+1+13 = ? Ans: 53

89. INDIA = 9+14+4+9+1 = ? Ans: 37

90. POLICE = 16+15+12+9+3+5 = ? Ans: 60

91. GUWAHATI = ? Ans: 77

92. 2 = B, 4 = D হ'লে 8 = ? Ans: H

93. 10 = J, 20 = T হ'লে 5 = ? Ans: E

94. যদি CAT = 24, DOG = 26, RAT = ? Ans: 39

95. যদি A = 1, Z = 26, BALL = ? Ans: 27

96. 123 = ABC হ'লে 321 = ? Ans: CBA

97. 456 = DEF হ'লে 654 = ? Ans: FED

98. 12 = L, 13 = M হ'লে 1 = ? Ans: A

99. M = 13, N = 14 হ'লে O = ? Ans: 15

100. P = 16, Q = 17 হ'লে R = ? Ans: 18

101. BOOK ক CPLL বুলি লিখিলে PEN ক ? Ans: QFO

102. ROSE ক SPTF বুলি লিখিলে LOTUS ক ? Ans: MPUPT

103. A = 1, B = 3, C = 5 হ'লে D = ? Ans: 7

104. Z = 26, Y = 24 হ'লে X = ? Ans: 22

105. MAN = 28 হ'লে WOMAN = ? Ans: 55

106. BOY = 34 হ'লে GIRL = ? Ans: 47

107. SUN = 54 হ'লে MOON = ? Ans: 57

108. STAR = 58 হ'লে MOON = ? Ans: 57

109. GOOD = 41, BAD = 7, BEST = ? Ans: 46

110. 1 = A, 26 = Z, 13 = ? Ans: M

Part 4: Blood Relation - তেজৰ সম্পৰ্ক (111-140)

111. ৰামৰ পিতাৰ পুত্ৰ ৰামৰ কি হয়? Ans: ভাই

112. এগৰাকী ছোৱালীৰ মাতৃ মোৰ মাতৃ, ছোৱালীজনী মোৰ কি? Ans: ভনী

113. মোৰ পিতাৰ মাতৃ মোৰ কি হয়? Ans: আইতা

114. মোৰ মাতৃৰ পিতা মোৰ কি হয়? Ans: ককা

115. মোৰ ভাইৰ পুত্ৰ মোৰ কি হয়? Ans: ভতিজা

116. মোৰ ভনীৰ পুত্ৰ মোৰ কি হয়? Ans: ভাগিন

117. মোৰ পুত্ৰৰ পুত্ৰ মোৰ কি হয়? Ans: নাতি

118. মোৰ কন্যাৰ পুত্ৰ মোৰ কি হয়? Ans: নাতি

119. মোৰ স্বামীৰ পিতা মোৰ কি হয়? Ans: শহুৰ

120. মোৰ পত্নীৰ মাতৃ মোৰ কি হয়? Ans: শাহু

121. ৰাম শ্যামৰ ভাই, শ্যাম গীতাৰ পিতা, ৰাম গীতাৰ কি? Ans: খুৰা

122. A, B ৰ মাতৃ, B, C ৰ ভাই, A, C ৰ কি? Ans: মাতৃ

123. X, Y ৰ পিতা, Y, Z ৰ মাতৃ, X, Z ৰ কি? Ans: ককা

124. P, Q ৰ ভাই, Q, R ৰ ভনী, P, R ৰ কি? Ans: ভাই

125. এজন ল'ৰাই এজনী ছোৱালীক দেখুৱাই ক'লে - তাই মোৰ মাতৃৰ একমাত্ৰ কন্যাৰ কন্যা, ছোৱালীজনী ল'ৰাটোৰ কি? Ans: ভাগিনী

126. এজন মানুহে ক'লে - মোৰ মাতৃৰ একমাত্ৰ পুত্ৰ মই, তেওঁ কোন? Ans: নিজে

127. ৰীতাৰ মাতৃ সীতাৰ মাতৃ, ৰীতা সীতাৰ কি? Ans: ভনী

128. মোৰ ককাৰ একমাত্ৰ পুত্ৰ মোৰ কি? Ans: পিতা

129. মোৰ আইতাৰ একমাত্ৰ কন্যা মোৰ কি? Ans: মাতৃ

130. A ৰ পত্নী B, B ৰ পুত্ৰ C, A, C ৰ কি? Ans: পিতা

131. X ৰ ভাই Y, Y ৰ মাতৃ Z, X, Z ৰ কি? Ans: পুত্ৰ

132. P ৰ কন্যা Q, Q ৰ ভাই R, P, R ৰ কি? Ans: পিতা/মাতৃ

133. মোৰ দেউতাৰ ভাই মোৰ কি? Ans: খুৰা

134. মোৰ মাৰ ভাই মোৰ কি? Ans: মোমাই

135. মোৰ মাৰ ভনী মোৰ কি? Ans: মাহী

136. মোৰ দেউতাৰ ভনী মোৰ কি? Ans: পেহী

137. মোৰ ভাইৰ পত্নী মোৰ কি? Ans: বোৱাৰী

138. মোৰ ভনীৰ স্বামী মোৰ কি? Ans: ভিনিহী

139. মোৰ পুত্ৰৰ পত্নী মোৰ কি? Ans: বোৱাৰী

140. মোৰ কন্যাৰ স্বামী মোৰ কি? Ans: জোঁৱাই

Part 5: Direction - দিশ (141-165)

141. উত্তৰৰ সোঁফালে কোনটো দিশ? Ans: পূব

142. দক্ষিণৰ বাওঁফালে কোনটো? Ans: পূব

143. পূবৰ সোঁফালে কোনটো? Ans: দক্ষিণ

144. পশ্চিমৰ বাওঁফালে কোনটো? Ans: দক্ষিণ

145. উত্তৰ-পূবৰ বিপৰীত দিশ? Ans: দক্ষিণ-পশ্চিম

146. দক্ষিণ-পূবৰ বিপৰীত দিশ? Ans: উত্তৰ-পশ্চিম

147. সূৰ্য্য পূব দিশত ওলায়, সন্ধিয়া কোন দিশত মাৰ যায়? Ans: পশ্চিম

148. এজনে উত্তৰলৈ 5 কিমি গৈ পূবলৈ 3 কিমি গ'ল, এতিয়া কোন দিশত? Ans: উত্তৰ-পূব

149. এজনে দক্ষিণলৈ 10 কিমি গৈ পশ্চিমলৈ 5 কিমি গ'ল, কোন দিশত? Ans: দক্ষিণ-পশ্চিম

150. এজনে পূবলৈ 4 কিমি গৈ উত্তৰলৈ 3 কিমি গ'ল, মুঠ দূৰত্ব? Ans: 5 কিমি

151. এজনে উত্তৰলৈ 6 কিমি, দক্ষিণলৈ 2 কিমি গ'ল, এতিয়া ক'ত? Ans: উত্তৰত 4 কিমি

152. ঘড়ীৰ কাটাৰ দিশত 90° ঘূৰিলে উত্তৰ ক'লৈ যাব? Ans: পূব

153. ঘড়ীৰ বিপৰীত দিশত 90° ঘূৰিলে উত্তৰ ক'লৈ যাব? Ans: পশ্চিম

154. 180° ঘূৰিলে উত্তৰ ক'লৈ যাব? Ans: দক্ষিণ

155. 270° ঘূৰিলে পূব ক'লৈ যাব? Ans: উত্তৰ

156. উত্তৰ দিশৰ পৰা 45° সোঁফালে কোন দিশ? Ans: উত্তৰ-পূব

157. দক্ষিণ দিশৰ পৰা 45° বাওঁফালে কোন দিশ? Ans: দক্ষিণ-পূব

158. এজনে 3 কিমি পূবলৈ, 4 কিমি উত্তৰলৈ গ'ল, আৰম্ভণিৰ পৰা দূৰত্ব? Ans: 5 কিমি

159. এজনে 6 কিমি পূবলৈ, 8 কিমি উত্তৰলৈ গ'ল, দূৰত্ব? Ans: 10 কিমি

160. এজনে 5 কিমি দক্ষিণলৈ, 12 কিমি পশ্চিমলৈ গ'ল, দূৰত্ব? Ans: 13 কিমি

161. পূব আৰু পশ্চিমৰ মাজত কিমান ডিগ্ৰী? Ans: 180°

162. উত্তৰ আৰু পূবৰ মাজত কিমান ডিগ্ৰী? Ans: 90°

163. উত্তৰ আৰু উত্তৰ-পূবৰ মাজত কিমান ডিগ্ৰী? Ans: 45°

164. 4 টা প্ৰধান দিশ কি কি? Ans: উত্তৰ, দক্ষিণ, পূব, পশ্চিম

165. 4 টা উপ-দিশ কি কি? Ans: উত্তৰ-পূব, দক্ষিণ-পূব, দক্ষিণ-পশ্চিম, উত্তৰ-পশ্চিম

Part 6: Analogy + Odd One Out (166-200)

166. কিতাপ : পঢ়া :: কলম : ? Ans: লিখা

167. চকু : দেখা :: কাণ : ? Ans: শুনা

168. ডাক্তৰ : চিকিৎসালয় :: শিক্ষক : ? Ans: বিদ্যালয়

169. গৰু : গোহালি :: ঘোঁৰা : ? Ans: আস্তাবল

170. পানী : পিয়াহ :: খাদ্য : ? Ans: ভোক

171. ৰাতি : দিন :: আন্ধাৰ : ? Ans: পোহৰ

172. গৰম : ঠাণ্ডা :: ওখ : ? Ans: চাপৰ

173. মাতৃ : পিতা :: ভনী : ? Ans: ভাই

174. অসম : দিছপুৰ :: বিহাৰ : ? Ans: পাটনা

175. ভাৰত : দিল্লী :: অসম : ? Ans: দিছপুৰ

176. গুৱাহাটী : অসম :: কলকাতা : ? Ans: পশ্চিমবংগ

177. 2:4 :: 3: ? Ans: 9

178. 3:27 :: 4: ? Ans: 64

179. 5:25 :: 6: ? Ans: 36

180. 10:100 :: 20: ? Ans: 400

181. Odd One: 2, 4, 6, 9 Ans: 9 (অযুগ্ম)

182. Odd One: A, C, E, B Ans: B (যুগ্ম)

183. Odd One: কুকুৰ, মেকুৰী, গৰু, চৰাই Ans: চৰাই (উৰে)

184. Odd One: আপেল, আম, কল, আলু Ans: আলু (শাক)

185. Odd One: 10, 20, 30, 35 Ans: 35

186. Odd One: জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, জুন Ans: ফেব্ৰুৱাৰী (28 দিন)

187. Odd One: ৰঙা, নীলা, সেউজীয়া, মিঠা Ans: মিঠা (সোৱাদ)

188. Odd One: চকু, কাণ, নাক, হাত Ans: হাত

189. Odd One: গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, দিল্লী Ans: দিল্লী (অসমৰ বাহিৰত)

190. Odd One: 1, 4, 9, 12 Ans: 12 (বৰ্গ নহয়)

191. কিতাপ : পৃষ্ঠা :: বেৰ : ? Ans: ইটা

192. গাড়ী : পেট্ৰ'ল :: শৰীৰ : ? Ans: খাদ্য

193. সূৰ্য্য : দিন :: চন্দ্ৰ : ? Ans: ৰাতি

194. মাছ : পানী :: চৰাই : ? Ans: আকাশ

195. লোহা : কঠিন :: পানী : ? Ans: তৰল

196. 1:2 :: 10: ? Ans: 20

197. 4:8 :: 5: ? Ans: 10

198. 7:49 :: 8: ? Ans: 64

199. 9:81 :: 10: ? Ans: 100

200. 100:10 :: 400: ? Ans: 20

Next Post: Assam Police English 200 Questions। www.mkbsupport.in ত Daily নতুন Post পাবা। এই Post টো Share কৰা।
Share:

Assam Police Constable 2026 - 200 Maths Questions With Answer

Assam Police Constable 2026 - 200 Maths Questions

Assam Police Maths | 200 Most Expected Questions | MKB Support
এই 200 টা কৰিলেই Maths ত 25+ নম্বৰ পাবা। সূত্ৰ মুখস্থ কৰাৰ দৰকাৰ নাই, এইবোৰ চাই যোৱা।

Part 1: Percentage, Profit-Loss (1-40)

1. 500 ৰ 20% কিমান? Ans: 100

2. 800 ৰ 12.5% কিমান? Ans: 100

3. 1200 ৰ 15% কিমান? Ans: 180

4. 2500 ৰ 40% কিমান? Ans: 1000

5. কোনো সংখ্যাৰ 30% = 90, সংখ্যাটো কিমান? Ans: 300

6. 80 ৰ কিমান % = 20? Ans: 25%

7. এটা বস্তুৰ দাম 200 ৰ পৰা 250 হ'ল, বৃদ্ধি কিমান %? Ans: 25%

8. 500 ৰ পৰা 400 হ'ল, হ্ৰাস কিমান %? Ans: 20%

9. 1000 টকাত 10% লাভ হ'লে বিক্ৰী দাম কিমান? Ans: 1100

10. 1000 টকাত 10% লোকচান হ'লে বিক্ৰী দাম? Ans: 900

11. ক্ৰয়মূল্য 500, বিক্ৰীমূল্য 600, লাভ %? Ans: 20%

12. ক্ৰয়মূল্য 800, বিক্ৰীমূল্য 720, লোকচান %? Ans: 10%

13. 20% লাভত বিক্ৰী দাম 1200, ক্ৰয়মূল্য? Ans: 1000

14. 20% লোকচানত বিক্ৰী দাম 800, ক্ৰয়মূল্য? Ans: 1000

15. 10% ৰেহাইত 900 টকাৰ বস্তু কিমানত পাব? Ans: 810

16. 25% ৰেহাইত 2000 টকাৰ বস্তু? Ans: 1500

17. 3 টা বস্তুৰ দাম 2 টাৰ দামত বিক্ৰী কৰিলে লাভ %? Ans: 50%

18. 5 টা কল 20 টকাত কিনি 6 টা 30 টকাত বিক্ৰী কৰিলে লাভ %? Ans: 25%

19. 100 টকাৰ বস্তু 125 টকাত বিক্ৰী কৰিলে লাভ %? Ans: 25%

20. 40% ৰেহাই + 20% ৰেহাই = মুঠ ৰেহাই কিমান? Ans: 52%

21. 2000 ৰ 5% + 1000 ৰ 10% = ? Ans: 200

22. 1500 ৰ 1/3 ৰ 20% কিমান? Ans: 100

23. এজনৰ দৰমহা 20,000, 10% বৃদ্ধি হ'লে কিমান? Ans: 22,000

24. এজনৰ দৰমহা 20,000, 10% কৰ্তন হ'লে কিমান? Ans: 18,000

25. চহৰৰ জনসংখ্যা 1,00,000, বছৰি 10% বৃদ্ধি, 2 বছৰ পিছত? Ans: 1,21,000

26. 600 ৰ 25% ৰ 20% = ? Ans: 30

27. 0.5% মানে কিমান ভগ্নাংশ? Ans: 1/200

28. 12.5% মানে কিমান ভগ্নাংশ? Ans: 1/8

29. 37.5% মানে? Ans: 3/8

30. 75% মানে? Ans: 3/4

31. 33.33% মানে? Ans: 1/3

32. 66.66% মানে? Ans: 2/3

33. 10% লাভ আৰু 10% লোকচান, মুঠ? Ans: 1% লোকচান

34. 20% লাভ আৰু 20% লোকচান, মুঠ? Ans: 4% লোকচান

35. ক্ৰয়মূল্যৰ 20% = বিক্ৰীমূল্যৰ কিমান %? Ans: -

36. 500 টকাৰ বস্তু 550 ত বিক্ৰী, লাভ কিমান টকা? Ans: 50

37. 1000 টকাত 200 লাভ, লাভ %? Ans: 20%

38. 5% ৰেহাইত 1900, প্ৰকৃত দাম? Ans: 2000

39. 100 টা কিতাপ 5000 টকাত কিনি 60 টকাকৈ বিক্ৰী কৰিলে লাভ? Ans: 1000

40. 12 টা বস্তু 10 টকাত কিনি 10 টা 12 টকাত বিক্ৰী কৰিলে লাভ %? Ans: 44%

Part 2: Average, Ratio, Age (41-80)

41. 10, 20, 30 ৰ গড় কিমান? Ans: 20

42. 5, 10, 15, 20, 25 ৰ গড়? Ans: 15

43. প্ৰথম 10 টা স্বাভাৱিক সংখ্যাৰ গড়? Ans: 5.5

44. প্ৰথম 100 টা সংখ্যাৰ গড়? Ans: 50.5

45. 5 জনৰ গড় বয়স 20, মুঠ বয়স? Ans: 100

46. 10 জন ছাত্ৰৰ গড় নম্বৰ 70, মুঠ নম্বৰ? Ans: 700

47. 4 টা সংখ্যাৰ গড় 25, 3 টাৰ গড় 20, 4ৰ্থ সংখ্যা? Ans: 40

48. 5 টা সংখ্যাৰ গড় 27, এটা বাদ দিলে গড় 25, বাদ দিয়া সংখ্যা? Ans: 35

49. পিতা আৰু পুত্ৰৰ গড় বয়স 30, পিতাৰ বয়স 45, পুত্ৰৰ? Ans: 15

50. A:B = 2:3, B:C = 4:5, A:C = ? Ans: 8:15

51. 2:3 ৰ অনুপাতত 100 ভাগ কৰা - ডাঙৰ ভাগ? Ans: 60

52. 1000 টকা 3:2 অনুপাতত ভাগ কৰা - সৰু ভাগ? Ans: 400

53. 4:5 অনুপাতৰ দুটা সংখ্যাৰ যোগফল 72, ডাঙৰটো? Ans: 40

54. 3:4 অনুপাতৰ দুটা সংখ্যাৰ বিয়োগফল 10, সৰুটো? Ans: 30

55. 1:2:3 অনুপাতত 120 ভাগ কৰা - মাজৰ ভাগ? Ans: 40

56. 2, 3, 4 ৰ তৃতীয় অনুপাত? Ans: -

57. 5:7 = ? % Ans: 71.42%

58. পিতাৰ বয়স পুত্ৰৰ 3 গুণ, 10 বছৰ পিছত 2 গুণ হ'ব, পুত্ৰৰ বয়স? Ans: 10

59. ৰামৰ বয়স 20, শ্যামৰ 15, 5 বছৰ পিছত অনুপাত? Ans: 5:4

60. 5 বছৰ আগতে মাৰ বয়স ছোৱালীৰ 4 গুণ আছিল, এতিয়া মা 35, ছোৱালী? Ans: 12.5

61. A ৰ বয়স B তকৈ 5 বছৰ বেছি, মুঠ 35, B ৰ বয়স? Ans: 15

62. 3 জনৰ গড় বয়স 25, এজন 30, বাকী 2 জনৰ গড়? Ans: 22.5

63. 20 জনৰ গড় ওজন 50 কেজি, 1 জন 60 কেজিৰ আহিলে নতুন গড়? Ans: 50.47

64. ক্ৰিকেটত 10 খন খেলত গড় 50, 11 খনত গড় 52 হ'বলৈ কিমান লাগিব? Ans: 72

65. 7, 14, 21, 28... গড়? Ans: 17.5

66. 1 ৰ পৰা 50 লৈ যুগ্ম সংখ্যাৰ গড়? Ans: 26

67. 1 ৰ পৰা 50 লৈ অযুগ্ম সংখ্যাৰ গড়? Ans: 25

68. 2, 4, 6, 8 ৰ গড়? Ans: 5

69. 5 টা ক্ৰমিক সংখ্যাৰ গড় 20, আটাইতকৈ ডাঙৰটো? Ans: 22

70. 5 টা ক্ৰমিক সংখ্যাৰ গড় 20, আটাইতকৈ সৰুটো? Ans: 18

71. 4:7 অনুপাতক % ত প্ৰকাশ কৰা? Ans: 57.14%

72. 500 টকা 2:3:5 অনুপাতত ভাগ কৰা - আটাইতকৈ ডাঙৰ ভাগ? Ans: 250

73. 900 টকা 1:2:3:4 অনুপাতত - 2য় ভাগ? Ans: 180

74. 2 বছৰ পিছত পিতাৰ বয়স পুত্ৰৰ 3 গুণ, এতিয়া পুত্ৰ 10, পিতা? Ans: 34

75. মা আৰু ছোৱালীৰ বয়সৰ অনুপাত 5:2, মুঠ 35, মাৰ বয়স? Ans: 25

76. A:B = 3:4, B:C = 2:3, A:B:C = ? Ans: 3:4:6

77. 10, 20, 30, 40 ৰ গড়? Ans: 25

78. 100, 200, 300 ৰ গড়? Ans: 200

79. 15 জনৰ গড় 40, 5 জনৰ গড় 50, মুঠ 20 জনৰ গড়? Ans: 42.5

80. 8 টা সংখ্যাৰ গড় 12, 9ম সংখ্যা 20 হ'লে নতুন গড়? Ans: 12.88

Part 3: Time, Work, Speed, Distance (81-120)

81. A এ কাম 10 দিনত, B এ 20 দিনত, দুয়ো একেলগে? Ans: 6.66 দিন

82. A এ কাম 12 দিনত, B এ 15 দিনত, একেলগে? Ans: 6.66 দিন

83. A + B এ কাম 6 দিনত, A অকলে 10 দিনত, B অকলে? Ans: 15 দিন

84. 5 জনে কাম 10 দিনত কৰে, 10 জনে কিমান দিনত? Ans: 5 দিন

85. 10 জনে কাম 15 দিনত, 5 দিনত কৰিবলৈ কিমান জন লাগিব? Ans: 30 জন

86. এটা টেংকী 10 ঘণ্টাত ভৰে, 15 ঘণ্টাত খালী হয়, দুয়োটা খুলিলে? Ans: 30 ঘণ্টা

87. 60 কিমি/ঘণ্টা বেগত 2 ঘণ্টাত দূৰত্ব? Ans: 120 কিমি

88. 120 কিমি দূৰত্ব 2 ঘণ্টাত, বেগ? Ans: 60 কিমি/ঘণ্টা

89. 90 কিমি/ঘণ্টা = কিমান মিটাৰ/ছেকেণ্ড? Ans: 25 মি/ছে

90. 36 কিমি/ঘণ্টা = কিমান মি/ছে? Ans: 10 মি/ছে

91. 18 কিমি/ঘণ্টা = ? মি/ছে Ans: 5 মি/ছে

92. ৰেল 72 কিমি/ঘণ্টাত 100 মিটাৰ দলং পাৰ কৰিবলৈ সময়? Ans: 5 ছেকেণ্ড

93. 200 মিটাৰ ৰেল 20 ছেকেণ্ডত গ'লে বেগ? Ans: 36 কিমি/ঘণ্টা

94. এজনে 5 কিমি/ঘণ্টাত 10 কিমি যাবলৈ সময়? Ans: 2 ঘণ্টা

95. গাড়ী 40 কিমি/ঘণ্টাত গৈ 60 কিমি/ঘণ্টাত উভতিলে গড় বেগ? Ans: 48 কিমি/ঘণ্টা

96. 100 মিটাৰ 10 ছেকেণ্ডত, বেগ? Ans: 36 কিমি/ঘণ্টা

97. A এ 10 দিনত, B এ 15 দিনত, C এ 30 দিনত, তিনিও একেলগে? Ans: 5 দিন

98. এটা নলাই 6 ঘণ্টাত ভৰে, আনটোৱে 8 ঘণ্টাত, দুয়োটা একেলগে? Ans: 3.42 ঘণ্টা

99. 20 জনে 12 দিনত কাম কৰে, 10 দিনত কৰিবলৈ কিমান জন লাগিব? Ans: 24 জন

100. 15 জন মজদুৰে 20 দিনত কাম কৰে, 10 জনৰ কিমান দিন লাগিব? Ans: 30 দিন

101. 60 কিমি/ঘণ্টাত 3 ঘণ্টাত যোৱা দূৰত্ব 80 কিমি/ঘণ্টাত কিমান সময়ত? Ans: 2.25 ঘণ্টা

102. 300 কিমি দূৰত্ব 5 ঘণ্টাত গ'লে বেগ? Ans: 60 কিমি/ঘণ্টা

103. 2 ঘণ্টা 30 মিনিটত 150 কিমি গ'লে বেগ? Ans: 60 কিমি/ঘণ্টা

104. 1 ঘণ্টা 20 মিনিটত 80 কিমি গ'লে বেগ? Ans: 60 কিমি/ঘণ্টা

105. সোঁতৰ অনুকূলে বেগ 20, প্ৰতিকূলে 10, সোঁতৰ বেগ? Ans: 5

106. নাওৰ বেগ 15, সোঁতৰ বেগ 5, অনুকূলে বেগ? Ans: 20

107. নাওৰ বেগ 15, সোঁতৰ বেগ 5, প্ৰতিকূলে বেগ? Ans: 10

108. 5 কিমি/ঘণ্টাত 1 ঘণ্টাত কিমান মিটাৰ? Ans: 5000 মিটাৰ

109. 1000 মিটাৰ 2 মিনিটত, বেগ কিমি/ঘণ্টা? Ans: 30 কিমি/ঘণ্টা

110. 2 জনৰ কাম 10 দিনত, 5 জনৰ কিমান দিন? Ans: 4 দিন

111. 12 জনৰ কাম 8 দিনত, 16 জনৰ কিমান দিন? Ans: 6 দিন

112. A এ কাম 20 দিনত, B এ 30 দিনত, 5 দিন একেলগে কৰাৰ পিছত বাকী কাম A এ কিমান দিনত? Ans: 8.33 দিন

113. ৰেল 60 কিমি/ঘণ্টাত 1 ঘণ্টাত 60 কিমি যায়, 90 কিমি যাবলৈ সময়? Ans: 1.5 ঘণ্টা

114. 500 মিটাৰ ৰেল 50 ছেকেণ্ডত দলং পাৰ কৰে, বেগ? Ans: 36 কিমি/ঘণ্টা

115. 10 কিমি/ঘণ্টাত 30 কিমি যাবলৈ সময়? Ans: 3 ঘণ্টা

116. 1 কিমি 10 মিনিটত গ'লে বেগ? Ans: 6 কিমি/ঘণ্টা

117. 3 ঘণ্টাত 180 কিমি গ'লে বেগ? Ans: 60 কিমি/ঘণ্টা

118. 4 ঘণ্টাত 200 কিমি গ'লে বেগ? Ans: 50 কিমি/ঘণ্টা

119. 5 ঘণ্টাত 250 কিমি গ'লে বেগ? Ans: 50 কিমি/ঘণ্টা

120. 10 ঘণ্টাত 600 কিমি গ'লে বেগ? Ans: 60 কিমি/ঘণ্টা

Part 4: Simplification, HCF-LCM, Number System (121-160)

121. 2+3×4 = ? Ans: 14

122. (2+3)×4 = ? Ans: 20

123. 100-20÷5 = ? Ans: 96

124. 50÷5×2 = ? Ans: 20

125. 10² + 5² = ? Ans: 125

126. 12² - 10² = ? Ans: 44

127. √144 = ? Ans: 12

128. √625 = ? Ans: 25

129. √10000 = ? Ans: 100

130. 15³ = ? Ans: 3375

131. 2³ + 3³ = ? Ans: 35

132. 1/2 + 1/3 = ? Ans: 5/6

133. 1/2 - 1/3 = ? Ans: 1/6

134. 2/3 × 3/4 = ? Ans: 1/2

135. 5/6 ÷ 2/3 = ? Ans: 5/4

136. 12 আৰু 18 ৰ HCF কিমান? Ans: 6

137. 12 আৰু 18 ৰ LCM কিমান? Ans: 36

138. 24 আৰু 36 ৰ HCF? Ans: 12

139. 24 আৰু 36 ৰ LCM? Ans: 72

140. 15, 20, 25 ৰ LCM? Ans: 300

141. 8, 12, 16 ৰ HCF? Ans: 4

142. দুটা সংখ্যাৰ HCF 6, LCM 60, এটা 12 হ'লে আনটো? Ans: 30

143. আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটো? Ans: 2

144. 1 ৰ পৰা 100 লৈ মৌলিক সংখ্যা কেইটা? Ans: 25 টা

145. 100 ৰ পৰা 200 লৈ মৌলিক সংখ্যা কেইটা? Ans: 21 টা

146. 51 মৌলিক নে? Ans: নহয় (17×3)

147. 97 মৌলিক নে? Ans: হয়

148. 0.5 × 0.5 = ? Ans: 0.25

149. 0.2 × 0.3 = ? Ans: 0.06

150. 10.5 + 5.5 = ? Ans: 16

151. 100.5 - 99.5 = ? Ans: 1

152. 25% ৰ দশমিক ৰূপ? Ans: 0.25

153. 0.75 ৰ % ৰূপ? Ans: 75%

154. 1/4 = কিমান %? Ans: 25%

155. 3/5 = কিমান %? Ans: 60%

156. 7/8 = কিমান %? Ans: 87.5%

157. 1000 ৰ 0.1% = ? Ans: 1

158. 5000 ৰ 2% = ? Ans: 100

159. 200 × 0.5 = ? Ans: 100

160. 1000 ÷ 25 = ? Ans: 40

Part 5: Reasoning + Series (161-200)

161. 2, 4, 6, 8, ? Ans: 10

162. 3, 6, 9, 12, ? Ans: 15

163. 5, 10, 15, 20, ? Ans: 25

164. 1, 4, 9, 16, ? Ans: 25

165. 1, 8, 27, 64, ? Ans: 125

166. 2, 3, 5, 7, 11, ? Ans: 13

167. 10, 20, 40, 80, ? Ans: 160

168. 100, 90, 80, 70, ? Ans: 60

169. 1, 2, 4, 8, 16, ? Ans: 32

170. 5, 15, 45, 135, ? Ans: 405

171. 2, 6, 12, 20, 30, ? Ans: 42

172. 1, 3, 6, 10, 15, ? Ans: 21

173. A, C, E, G, ? Ans: I

174. B, D, F, H, ? Ans: J

175. Z, X, V, T, ? Ans: R

176. CAT = 3120, DOG = ? Ans: 4157

177. যদি RAM = 32, SHYAM = ? Ans: 54

178. ৰামৰ পিতাৰ পুত্ৰ ৰামৰ কি হয়? Ans: ভাই

179. এগৰাকী ছোৱালীৰ মাতৃ মোৰ মাতৃ, ছোৱালীজনী মোৰ কি? Ans: ভনী

180. উত্তৰ দিশৰ সোঁফালে কোনটো দিশ? Ans: পূব

181. দক্ষিণৰ বাওঁফালে কোনটো? Ans: পূব

182. 5 কিমি পূবলৈ গৈ 3 কিমি উত্তৰলৈ গ'লে দূৰত্ব? Ans: 5.83 কিমি

183. 10 টা কলমৰ দাম 50 টকা, 1 টাৰ দাম? Ans: 5 টকা

184. 1 ডজন = কেইটা? Ans: 12 টা

185. 1 গ্ৰছ = কেই ডজন? Ans: 12 ডজন

186. 1 কিমি = কিমান মিটাৰ? Ans: 1000 মিটাৰ

187. 1 মিটাৰ = কিমান ছেমি? Ans: 100 ছেমি

188. 1 লিটাৰ = কিমান মিলি? Ans: 1000 মিলি

189. 1 কেজি = কিমান গ্ৰাম? Ans: 1000 গ্ৰাম

190. 1 ঘণ্টা = কিমান মিনিট? Ans: 60 মিনিট

191. 1 দিন = কিমান ঘণ্টা? Ans: 24 ঘণ্টা

192. 1 বছৰ = কিমান দিন (লিপ বছৰ)? Ans: 366 দিন

193. 1 সপ্তাহ = কিমান দিন? Ans: 7 দিন

194. 2+2+2+2+2 = ? Ans: 10

195. 10×10÷10 = ? Ans: 10

196. 100-99+98 = ? Ans: 99

197. 50% ৰ 50% = ? Ans: 25%

198. 100 ৰ 1/10 = ? Ans: 10

199. 1000 ৰ 1/4 = ? Ans: 250

200. 5, 10, 20, 40, 80 ৰ পিছৰ সংখ্যা? Ans: 160

Tip: Maths ত Speed বঢ়াবলৈ প্ৰতিদিনে 30 টা অংক কৰা। সূত্ৰৰ PDF লাগিলে www.mkbsupport.in ত পাবা।
Share:



Copyright © MKB Support | Powered by MKB Support